ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মে’ পৃষ্ঠা ৬
  • মে’ ২৮-জুন ৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ২৮-জুন ৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মে’ পৃষ্ঠা ৬

মে’ ২৮–জুন ৩

মাৰ্ক ১৩-১৪

  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মানুহৰ ভয় হৈছে এটা ফান্দস্বৰূপ আৰু ইয়াৰপৰা আঁতৰি থাকক”: (১০ মি.)

    • মাৰ্ক ১৪:২৯, ৩১—পাঁচনিসকলে প্ৰকৃততে যীচু খ্ৰীষ্টক অস্বীকাৰ কৰিব বিচৰা নাছিল

    • মাৰ্ক ১৪:৫০—যীচুক আটক কৰাৰ সময়ত সকলো পাঁচনিয়ে তেওঁক অকলে এৰি পলায়ন কৰিছিল

    • মাৰ্ক ১৪:৪৭, ৫৪, ৬৬-৭২—পিতৰে যীচুক ৰক্ষা কৰিবলৈ সাহস দেখুৱাইছিল, আনকি অলপ দূৰত্ব বজাই ৰাখি যীচুৰ পাছে পাছে গৈছিল। কিন্তু পাছলৈ তেওঁ যীচুক তিনিবাৰকৈ অস্বীকাৰ কৰিছিল (ia-HI ২০০ ¶১৪; it-২-E ৬১৯ ¶৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মাৰ্ক ১৪:৫১, ৫২—উদং গাৰে পলাই যোৱা ডেকা ব্যক্তিজন হয়তো কোন আছিল? (w০৮-HI ২/১৫ ৩০ ¶৬)

    • মাৰ্ক ১৪:৬০-৬২—যীচুৱে মহা-পুৰোহিতৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ কি কাৰণ হʼব পাৰে? ( jy-E ২৮৭ ¶৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ১৪:৪৩-৫৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ১৭০-১৭২ ¶১৭-১৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৭

  • “যিহোৱাই তোমাক সাহসী হʼবলৈ সহায় কৰিব”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৯ ¶৫-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক