ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মে’ পৃষ্ঠা ৫
  • তাই সকলোতকৈ অধিক দান কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তাই সকলোতকৈ অধিক দান কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • ‘তোমালোক খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • “‘দুই পইচাৰ’ মূল্য”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • এগৰাকী বিধৱাৰ লʼৰা আকৌ জীয়াই উঠিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • যীচুৰ দৰে কৰুণা দেখুৱাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মে’ পৃষ্ঠা ৫
এগৰাকী দুখীয়া বিধৱাই মন্দিৰৰ দান-পাত্ৰত দুই পাই দান কৰিছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১১-১২

তাই সকলোতকৈ অধিক দান কৰিলে

১২:৪১-৪৪

এই বৃতান্তই তলত উল্লেখ কৰা বিষয়বোৰ আমাক কেনেকৈ শিকায়?

  • আমি কৰা প্ৰচেষ্টাক যিহোৱা ঈশ্বৰে মূল্যাংকন কৰে

  • মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰক

  • নিজৰ সেৱা, আনৰ লগত বা আপুনি অতীতত কৰা সেৱাৰ লগত তুলনা নকৰিব

  • টকা-পইচা কম হʼলেও, দুখীয়া লোক এজনে যিহোৱাক দান দিব পাৰে

আপুনি আৰু কি শিক্ষা লাভ কৰিলে?

আপুনি জানেনে?

দুটা লেটা

লেপ্টা

বিধৱা গৰাকীয়ে মন্দিৰৰ দান-পাত্ৰত যি পাই দান দিছিল, সেয়া হয়তো দুটা লেপ্টা আছিল। এজন শ্ৰমিকে ১৫ মিনিট কাম কৰাৰ বিনিময়ত দুটা লেপ্টা লাভ কৰিছিল। বিধৱা গৰাকীয়ে আগবঢ়োৱা দুই পাইৰ বিষয়ে উল্লেখ কৰি যীচুৱে এক গুৰুত্বপূৰ্ণ শিক্ষা দিছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক