ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৮
  • “‘দুই পইচাৰ’ মূল্য”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “‘দুই পইচাৰ’ মূল্য”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • ‘যিহোৱাৰ উদ্দেশে দান’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ‘অলপ সাঁচি থবা’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৮
দৰিদ্ৰ বিধৱা গৰাকীয়ে সেই দুই পইচালৈ চায় আছে, যি পইচাটো তাই দান কৰিব

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“‘দুই পইচাৰ’ মূল্য”

বিধৱা গৰাকীয়ে যি পইচা দান কৰিছিল, তাৰ মূল্য ইমান কম আছিল যে সেই পইচাৰে এসাজ আহাৰো কিনিব নোৱাৰি। (“জীৱিকালৈ যি আছিল, সেই আটাইখিনি দিলে” লূক ২১:৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty।) কিন্তু তাইৰ নগণ্য দানৰপৰা বুজিব পাৰি যে তাই যিহোৱাক কিমান প্ৰেম কৰিছিল আৰু উপাসনাৰ লগত জড়িত ব্যৱস্থাক সহযোগ কৰিব বিচাৰিছিল। সেইবাবে তাইৰ দান যিহোৱাৰ দৃষ্টিত মূল্যৱান আছিল।—মাৰ্ক ১২:৪৩.

‘যিহোৱাৰ উদ্দেশে উপহাৰ’ নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  •  ‘যিহোৱাৰ উদ্দেশে উপহাৰ’ নামৰ ভিডিঅ’খনৰ এটা দৃশ্য। দানৰ পইচা নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ কৰা হয়।

    আমাৰ দানৰপৰা কি কি কাম কৰা হয়?

  • ‘যিহোৱাৰ উদ্দেশে উপহাৰ’ নামৰ ভিডিঅ’খনৰ এটা দৃশ্য। এজনী সৰু ছোৱালীয়ে ৰাজ্যগৃহৰ দান-পাত্ৰত দান দিছে।

    যদিও আমি দিয়া দান আমাক সাধাৰণ যেন লাগিব পাৰে, তথাপিও সেয়া যিহোৱাৰ দৃষ্টিত কিয় মূল্যৱান?

  •  যিহোৱাৰ উদ্দেশে উপহাৰ’ নামৰ ভিডিঅ’খনৰ এটা দৃশ্য। ছবি: দানৰ পইচাৰ যোগেদি পৃথিৱীজুৰি ৰাজ্যৰ কাম কৰা হৈছে। ১.বেথেলত হৈ থকা কাম ২. সংগঠনৰ বেলেগ বেলেগ স্কুল ৩. প্ৰাকৃতিক দুৰ্যোগ সাহায্য কাম ৪. উপাসনা ঠাইৰ নিৰ্মাণ ৫. অধিৱেশনৰ ব্যৱস্থা।

    দান দিয়াৰ উপায়ৰ বিষয়ে আমি কʼৰপৰা জানিব পাৰোঁ?—“অনলাইনত বেছিকৈ শিকক” নামৰ বক্স চাওক

অনলাইনত বেছিকৈ শিকক

JW Library এপছৰ মূখ্য পেইজৰ তলৰ ফালে থকা লিংক “দান” ত ক্লিক কৰক। তাৰপাছত নিজৰ দেশত দান কৰিবপৰা উপায়ৰ বিষয়ে অধিক জানিবলৈ “সঘনাই সোধা প্ৰশ্ন” নামৰ লেখ চাওক (এতিয়ালৈকে এয়া কিছুমান দেশতে উপলব্ধ আছে) ইয়াৰ উপৰিও ইণ্টাৰনেটৰ যোগেদি দান কেনেকৈ দিব পাৰি? নামৰ ভিডিঅʼখনটো দান দিয়াৰ বিভিন্ন উপায়ৰ বিষয়ে জনোৱা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক