ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৩
  • বলিদান কিয় উৎসৰ্গ কৰা হৈছিল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বলিদান কিয় উৎসৰ্গ কৰা হৈছিল?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৩
ছবি: ১. বলিদান উৎসৰ্গ কৰিবলৈ গৰু আৰু মেৰ-ছাগলী ২. যীচুক কাঠৰ ওপৰত আৰি থোৱা হৈছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ১-৩

বলিদান কিয় উৎসৰ্গ কৰা হৈছিল?

১:৩; ২:১, ১২; ৩:১

মোচিৰ নিয়মত ইস্ৰায়েলীসকলক নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিবলৈ কোৱা হৈছিল। ইয়াৰপৰা যিহোৱা আনন্দিত হৈছিল। এই বলিদান যীচুৰ মুক্তিপণস্বৰূপ বলিদান আৰু তাৰপৰা লাভ কৰা আশীৰ্বাদৰ এক নমুনা আছিল।—ইব্ৰী ৮:৩-৫; ৯:৯; ১০:৫-১০.

  • বলিদান উৎসৰ্গ কৰা জীৱ-জন্তুত কোনো খুঁত নাছিল, ঠিক সেইদৰে যীচু খ্ৰীষ্টতো কোনো খুঁত নাছিল। তেওঁ নিজৰ সিদ্ধ শৰীৰ বলিদান কৰিলে ১ পিত ১:১৮, ১৯

  • হোম-বলি দিয়াৰ সময়ত যেনেকৈ গোটেই জন্তুটোক যিহোৱালৈ উৎসৰ্গ কৰা হৈছিল, ঠিক সেইদৰে যীচুৱেও নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গ কৰিলে

  • যেনেকৈ মঙ্গলাৰ্থক-বলি উৎসৰ্গ কৰা সকলৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক আছিল, ঠিক তেনেদৰে যিসকল অভিষিক্ত ভাইয়ে প্ৰভুৰ সন্ধ্যা ভোজত ভাগ লয়, তেওঁলোকৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠে

প্ৰভুৰ সন্ধ্যা ভোজত এজন অভিষিক্ত ভায়ে পিঠা লৈছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক