ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৩
  • নৱেম্বৰ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৩

নৱেম্বৰ ৯-১৫

লেবীয়া পুস্তক ১-৩

  • গীত ২০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “বলিদান কিয় উৎসৰ্গ কৰা হৈছিল?”: (১০ মি.)

    • [লেবীয়া পুস্তক কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • লেবী ১:৩; ২:১, ১২—হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰাৰ কাৰণ (it-২-E ৫২৫; ৫২৮ ¶৪)

    • লেবী ৩:১—মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰাৰ কাৰণ (it-২-E ৫২৬ ¶১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ২:১৩—“প্ৰত্যেক উপহাৰত” নিমখ কিয় দিবলগীয়া আছিল? (যিহি ৪৩:২৪; w০৪ ৬/১ ২৯ ¶১)

    • লেবী ৩:১৭—ইস্ৰায়েলীসকলক তেল খাবলৈ কিয় মানা কৰা হৈছিল? ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (it-১-E ৮১৩; w০৪ ৬/১ ২৯ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ১:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত যেতিয়া প্ৰশ্ন সোধে, তেতিয়া ভিডিঅʼখন ৰখাওক আৰু শ্ৰোতাসকলক সেই প্ৰশ্নবোৰ সোধক।

  • পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)

  • পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৩

  • “‘দুই পইচাৰ’ মূল্য”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। ‘যিহোৱাৰ উদ্দেশে উপহাৰ’ নামৰ ভিডিঅʼখন দেখুৱাওক। বিগত সেৱা বছৰত দান-বৰঙণি আগবঢ়োৱাৰ বাবে শাখা কাৰ্য্যালয়ৰপৰা পোৱা চিঠিখন পঢ়ক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৯ ¶১৩-২১, পৃ. ১১৮ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১৩১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক