ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ২
  • মোচিয়ে যিহোৱাই কোৱাৰ দৰেই কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মোচিয়ে যিহোৱাই কোৱাৰ দৰেই কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • বলিদানতকৈ আজ্ঞা পালন কৰাটো উত্তম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ পথবোৰৰ বিষয়ে জনা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৩৯-৪০

মোচিয়ে যিহোৱাই কোৱাৰ দৰেই কৰিলে

৩৯:৩২, ৪৩; ৪০:১, ২, ১৬

সাক্ষাৎ কৰা তম্বু আৰু তাৰ বস্তুবোৰ কেনেকৈ তৈয়াৰ কৰিব লাগে যিহোৱাই মোচিক কৈছিল। মোচিয়ে সেইদৰেই কৰিলে। বৰ্তমান সময়ত যিহোৱাই নিজৰ সংগঠনৰ যোগেদি বহুতো নিৰ্দেশনা দিয়ে। হয়তো কেতিয়াবা আমি ভাবিব পাৰোঁ, এইবোৰ পালন কৰা ইমান গুৰুত্বপূৰ্ণ নহয় বা হয়তো আমি বুজিও নাপাব পাৰোঁ যে আমাক কিয় এইদৰে কোৱা হৈছে। কিন্তু এনে পৰিস্থিতিটো আমি সেই নিৰ্দেশনাবোৰ পালন কৰা উচিত।—লূক ১৬:১০.

আমাক সেই নিৰ্দেশনাবোৰ কিয় পালন কৰা উচিত, যিবোৰ . . .

  • সেৱা সভাত দিয়া হয়?

  • চিকিৎসাৰ লগত জড়িত বিষয়ত দিয়া হয়?

  • প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ দিয়া হয়?

ছবি: ভাই-ভনীসকলক যি নিৰ্দেশনা দিয়া হৈছে, তাক তেওঁলোকে তাক পালন কৰিছে। ১. প্ৰচাৰ সেৱা সভাৰ বাবে, এটা সমূহয়ে এজন প্ৰচাৰকৰ ঘৰৰ বাহিৰত এক গোট হৈছে। ২. এগৰাকী ভনীয়ে নিয়মৰ দস্তাবেজত লিখিছে যে তাই কেনেধৰণৰ চিকিৎসাৰ কৰিবলৈ সন্মত। ৩. এটা পৰিয়ালে জৰুৰীকালিন পৰিস্থিতিৰ বাবে বেগ তৈয়াৰ কৰিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক