ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ৭
  • হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • “‘দুই পইচাৰ’ মূল্য”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • ‘যিহোৱাৰ উদ্দেশে দান’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰপৰা আহে?
    যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ৭
এগৰাকী ভনীয়ে স্মাৰ্টফোনটো লৈ আছে

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে

দ্বিতীয় কৰিন্থীয়া ৯:৭ পদত কৈছে: “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” আজি আমাৰ ওচৰত অনলাইনৰ যোগেদি দান-বৰঙণি দিয়াৰ সুবিধা আছে, যাৰ দ্বাৰা আমি স্থানীয় আৰু বিশ্বজুৰি হৈ থকা যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে সহায় আগবঢ়াব পাৰোঁ।

ইণ্টাৰনেটৰ যোগেদি দান কেনেকৈ দিব পাৰি নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ইলেকট্ৰনিক টেবলেট আৰু স্মাৰ্টফোনত jw.org দেখুৱাইছে

    আমাৰ দেশৰ বাবে উপলব্ধ থকা দান-বৰঙণিৰ সুবিধাবোৰৰ বিষয়ে জানিবলৈ, আমি কেনেকৈ দান-বৰঙণিৰ পৃষ্ঠাত একচেʼচ কৰিব পাৰোঁ?

  • এহাল দম্পতীয়ে দান দিয়াৰ বিষয়ে পৰিকল্পনা কৰিছে

    কিছুমান লোকে ইণ্টাৰনেটৰ সহায়ত দান-বৰঙণি দিয়াৰ যোগেদি কেনেকৈ লাভৱান হৈছে?

  • দান পদ্ধতিৰ চিন

    আমি দান-বৰঙণি দিব পৰা কিছুমান উপায় কি?

  • এজন ডেকা ভায়ে, এজন বয়সস্থ ভায়ক ইলকট্ৰনিক মাধ্যমেৰে দান আগবঢ়াবলৈ সহায় কৰিছে

    যদি আমি এই নতুন ইণ্টাৰনেটৰ সঁজুলিবোৰ ব্যৱহাৰ কৰিব নাজানোঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক