ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ৬
  • চাৰিজন অশ্বাৰোহী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চাৰিজন অশ্বাৰোহী
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ৪-৬

চাৰিজন অশ্বাৰোহী

৬:২, ৪-৬, ৮

যীচুৱে বগা ঘোঁৰাত আহিছে আৰু তেওঁৰ হাতত ধনু আছে; ৰঙা ঘোঁৰা, কʼলা ঘোঁৰা আৰু পাণ্ডু বৰণীয়া ঘোঁৰা তেওঁৰ পিচে পিচে আহিছে

যীচুৱে “জয় কৰিবলৈ গল” আৰু চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকক স্বৰ্গৰপৰা পৃথিৱীলৈ পেলাই দিলে। যীচুৱে শেষ কালৰ সময়ছোৱাত, নিজৰ সেৱকসকলৰ বাবে সহায় আৰু সুৰক্ষা আগবঢ়োৱাৰ যোগেদি তেওঁলোকৰ পক্ষ হৈ যুদ্ধ কৰি জয়লাভ কৰিব। যেতিয়া যীচুৱে, তিনিজন অশ্বাৰোহীৰ যাত্ৰা হৰমাগিদোন নামৰ ঠাইত সমাপ্ত কৰিব আৰু ইয়াৰ পাছত তেওঁলোকৰ সকলো ধ্বংসকাৰী প্ৰভাৱবোৰক একেবাৰে পৰিৱৰ্তন কৰিব, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে “জয়” কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক