ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ৬
  • নৱেম্বৰ ২৫–ডিচেম্বৰ ১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ ২৫–ডিচেম্বৰ ১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ৬

নৱেম্বৰ ২৫–ডিচেম্বৰ ১

প্ৰকাশিত বাক্য ৪-৬

  • গীত ২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “চাৰিজন অশ্বাৰোহী”: (১০ মি.)

    • প্ৰকা ৬:২—বগা ঘোঁৰাৰ অশ্বাৰোহীজন “জয় কৰিবলৈ ওলাই গল” (wp১৭.৩-HI ৪ ¶৩, ৫)

    • প্ৰকা ৬:৪-৬—ৰঙা ঘোঁৰা আৰু কʼলা ঘোঁৰাৰ অশ্বাৰোহীকেইজন পিচে পিচে ওলাই গʼল (wp১৭.৩-HI ৫ ¶২, ৪-৫)

    • প্ৰকা ৬:৮—তাৰ পাছত আহিছে পাণ্ডু বৰণীয়া অশ্বাৰোহীজন আৰু কবৰ তেওঁৰ পিচে পিচে আহিছে (wp১৭.৩-HI ৫ ¶৮-১০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • প্ৰকা ৪:৪, ৬—২৪ জন বৃদ্ধলোক আৰু চাৰিজন আত্মিক প্ৰাণীয়ে কিহক চিত্ৰিত কৰে? (re-E ৭৬-৭৭ ¶৮; ৮০ ¶১৯)

    • প্ৰকা ৫:৫—যীচুক কিয় “যিহূদা ফৈদৰ সিংহ” বুলি কোৱা হৈছিল? (cf-HI ৩৬ ¶৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) প্ৰকা ৪:১-১১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ৪৯-৫০ ¶১৫ (শিক্ষা অধ্যায় ২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৬

  • “হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। ইণ্টাৰনেটৰ যোগেদি দান কেনেকৈ দিব পাৰি নামৰ ভিডিঅʼখন দেখুৱাওক। প্ৰচাৰকসকলক জানিবলৈ সহায় কৰক যে তেওঁলোকে jw.org ৱেবছাইট আৰু jw লাইবেৰীত থকা দান-বৰঙণি বুটনত ক্লিক কৰি অথবা donate.jw.org টাইপ কৰি দান-বৰঙণি আগবঢ়াব পাৰে। বিগত সেৱা বছৰত দান-বৰঙণি আগবঢ়োৱাৰ বাবে শাখা কাৰ্য্যালয়ৰপৰা পোৱা চিঠিখন পঢ়ক। মণ্ডলীৰ ভাই-ভনীসকলে যি দান-বৰঙণি আগবঢ়ায়, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৩ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক