ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 আগষ্ট পৃষ্ঠা ৭
  • আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আপুনি একেৰাহে যিহোৱাৰ সেৱা কৰি আছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • “তোমালোক পবিত্ৰ হোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 আগষ্ট পৃষ্ঠা ৭
এহাল দম্পতীয়ে সূৰ্য্য অস্ত যোৱালৈ চাইছে আৰু আন লোকসকলে প্ৰমোদবনত আহাৰৰ আনন্দ লৈছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ৪-৬

আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক

৪:১১

যিহোৱা ঈশ্বৰে সংগঠনৰ যোগেদি নিজৰ উদ্দেশ্যৰ বিষয়ে প্ৰকাশ কৰিছে। ঈশ্বৰৰ উদ্দেশ্যৰ অনুসৰি কাৰ্য্য কৰাৰ দ্বাৰা আমি তেওঁৰ বিশ্ৰামত প্ৰৱেশ কৰিব পাৰিম। আমি নিজকে প্ৰশ্ন কৰা উচিত: ‘মোক যেতিয়া পৰামৰ্শ দিয়া হয়, তেতিয়া মই কেনে মনোবৃত্তি দেখুৱাওঁ? পদৰ ওপৰত যেতিয়া নতুন সাল-সলনি কৰা হয়, তেতিয়া মই কেনে মনোবৃত্তি দেখুৱাওঁ?’

মোৰ জীৱনত আজ্ঞাকাৰী হৈ থাকিবলৈ মই কেনেধৰণৰ পৰীক্ষাৰ সন্মুখীন হৈছোঁ?

দুজন ভায়ে এগৰাকী ভনীক শাস্ত্ৰৰপৰা পৰামৰ্শ দিছে; এজন ভায়ে ব্যক্তিগত অধ্যয়ন কৰিছে আৰু পদৰ ওপৰত অহা নতুন সাল-সলনিৰ ওপৰত ধ্যান দিছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক