ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৮
  • যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যিহোৱাই কৰা নতুন পৃথিৱীৰ প্ৰতিজ্ঞাত নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • “মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • “তোমালোকৰ প্ৰেম বঢ়াই বঢ়াই উপচাই পেলাওঁক”
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৮
চাৰা গৰ্বৱতী হৈছে; হাগাৰ আৰু ইশ্মায়েলে নিৰ্জন ঠাইলৈ গুচি যোৱাৰ সময়ত চাৰাই ইচহাকক ধৰি আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ২০-২১

যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে

২১:১-৩, ৫-৭, ১০-১২, ১৪

যিহোৱা ঈশ্বৰে অব্ৰাহাম আৰু চাৰাক এটি পুত্ৰ দি তেওঁলোকৰ বিশ্বাসৰ পুৰস্কাৰ দিছিল। আগলৈ পৰীক্ষাৰ মাজতো তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰিলে। এইদৰে তেওঁলোকে প্ৰমাণ কৰে যে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল।

কঠিন পৰিস্থিতিৰ সময়ত মই কেনেকৈ দেখুৱাব পাৰোঁ যে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে? নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ মই কি কৰিব পাৰোঁ?

ছবি: ১. এগৰাকী ভনীয়া চিকিৎসালয়ৰ বিচনাত থকাৰ সময়ত তেজৰ বিষয়ে থকা মানদণ্ডৰ বিষয়ে কথা পাতিছে আৰু তাইৰ স্বামী আৰু ছোৱালীজনীয়ে চাই আছে। ২. পুলিচবিলাকে অস্ত্ৰ-শস্ত্ৰ লৈ অহাৰ সময়ত ভাই-ভনীসকলৰ এটা সৰু সমূহে এটা ঘৰত সভা চলাই আছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক