ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ৩
  • ‘অলপ সাঁচি থবা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘অলপ সাঁচি থবা’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • “দান কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • “‘দুই পইচাৰ’ মূল্য”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • ‘যিহোৱাৰ উদ্দেশে দান’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ৩
এজনী বৃদ্ধ ভনীয়ে ৰাজ্যগৃহৰ দান পাত্ৰত দান দি আছে। ছবি: ১. ভাই-ভনীসকলে এটা নিৰ্মাণ কামত সহায় কৰি আছে। ২. JW ব্ৰডকাষ্টিঙৰ এটা কাৰ্য্যক্ৰম। ৩. ভাই-ভনীসকলে এখন ট্ৰাকৰ পৰা সাহায্যৰ বস্তুবোৰ নমাই আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘অলপ সাঁচি থবা’

আমি নিয়মীয়াকৈ দান দিয়াৰ যোজনা বনোৱা উচিত। পাঁচনি পৌলেও আমাক টকা ‘অলপ সাঁচি’ ৰাখিবলৈ আমাক উৎসাহিত কৰিছিল। (১কৰি ১৬:২) ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এই পৰামৰ্শ পালন কৰিলে আমি সত্য উপাসনাক সহযোগ কৰাৰ লগতে আনন্দ লাভ কৰিম। হয়তো আমি বেছিকৈ দান দিব নোৱাৰোঁ। তথাপিও আমি এয়া মনত ৰাখিব পাৰোঁ যে যিহোৱাই জানে যে আমি আমাৰ মূল্যৱান বস্তুবোৰ দি তেওঁক সন্মান কৰিব বিচাৰোঁ আৰু তেওঁ ইয়াক বহুত মূল্যাংকন কৰে।—হিতো ৩:৯.

অলপ সাঁচি থোৱাৰ বাবে ধন্যবাদ! নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • টকা দান দিবলৈ আগতীয়াকৈ যোজনা বনালে কি লাভ হয়?

  • বহুতো ভাই-ভনীয়ে ‘অলপ সাঁচি’ ৰাখিবলৈ কি কৰে?

বেছিকৈ জানিবলৈ

দান পাত্ৰৰ ছবিখনত এখন হাতে পইচা ধৰি থকা দেখুৱা হৈছে।

যিহোৱাৰ সাক্ষীসকলৰ কামৰ বাবে আপুনি কেনেকৈ দান দিব পাৰে? jw.org-ৰ মূখ্য পেজৰ তলত “দান-বৰঙণি” নামৰ লিংকত ক্লিক কৰক। বহুতো দেশত দান দিয়াৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ “সঘনাই সোধা প্ৰশ্ন” নামৰ ভাগত লিংক দিয়া হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক