ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 নৱেম্বৰ পৃষ্ঠা ৩
  • “দান কৰা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “দান কৰা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • আপোনালোকৰ প্ৰেমৰ বাবে যিহোৱাক ধন্যবাদ জনাওঁ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ‘অলপ সাঁচি থবা’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “‘দুই পইচাৰ’ মূল্য”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • ‘যিহোৱাৰ উদ্দেশে দান’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 নৱেম্বৰ পৃষ্ঠা ৩
এগৰাকী বৃদ্ধ ভনীয়ে টেবলেটৰ পৰা অনলাইনৰ যোগেদি দান দিছে। ছবি: আমি দিয়া দান বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰা হয়। যেনে, (১) বেথেলত প্ৰকাশনবোৰ ছপা কৰিবলৈ, (২) ঈশ্বৰ-শাসিত স্কুলৰ বাবে, (৩) ৰাজহুৱাভাবে প্ৰচাৰ কৰিবলৈ আৰু (৪) নিৰ্মাণ কামৰ বাবে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“দান কৰা”

যীচুৰ কথাৰ পৰা বুজিব পাৰি যে যেতিয়া এজন ব্যক্তিয়ে উদাৰ হৈ দান দিয়ে, তেতিয়া তেওঁক চাই আনেও উদাৰতা দেখুৱায়। (লূক ৬:৩৮) যদি আপুনি আনক দান দিবলৈ অভ্যাস কৰে, তেনেহʼলে আপোনাক চাই আন ভাই-ভনীসকলেও উদাৰ হʼব আৰু আনক সহায় কৰিব।

আনন্দ মনেৰে আনক দান দিয়াটো আমাৰ উপাসনাৰ এক ভাগ হয়। যিসকল ভাই-ভনীয়ে উদাৰ মনেৰে আনক দান দিয়ে আৰু সহায় কৰে, যিহোৱাই তেওঁলোকক লক্ষ্য কৰে। যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিম বুলি প্ৰতিজ্ঞাও কৰিছে।—হিতো ১৯:১৭.

আপুনি দিয়া দানৰ বাবে আমি কৃতজ্ঞ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আপুনি দিয়া দানৰ পইচাৰে ভাই-ভনীসকলক কেনেকৈ সহায় কৰা হৈছে?

  • আমি দিয়া দান যদিও কম হয়, তথাপি আমি কিয় দান দি থকা উচিত?—jw.org-ত “অতিমাত্ৰাই অভাৱক পূৰ কৰে” লেখখন পঢ়ক।

বেছিকৈ জানিবলৈ

যিহোৱাৰ সাক্ষীসকলৰ কামৰ বাবে আপুনি কেনেকৈ দান দিব পাৰে? JW লাইব্ৰেৰী এপৰ মূখ্য পেজৰ তলত “দান-বৰঙণি” নামৰ লিংকত ক্লিক কৰক। বহুতো দেশত দান দিয়াৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ “সঘনাই সোধা প্ৰশ্ন” নামৰ ভাগত লিংক দিয়া হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক