জুলাই ২-৮
লূক ৬-৭
গীত ২৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“উদাৰতাৰে জোখ-মাখ কৰক” (১০ মি.)
লূক ৬:৩৭—যদি আমি আনক ক্ষমা কৰোঁ, তেনেহʼলে আনেও আমাক ক্ষমা কৰিব (লূক ৬:৩৭ পদৰ ওপৰত “আনক ক্ষমা কৰি এৰি দিয়া, তেহে তোমালোককো এৰি দিয়া হব” অধ্যয়নৰ টোকা, nwtsty; w০৮-HI ৫/১৫ ৯ ¶১৩-১৪)
লূক ৬:৩৮—আমি আনক দিয়াৰ বাবে অভ্যাস কৰা উচিত (লূক ৬:৩৮ পদৰ ওপৰত “দান কৰা” অধ্যয়নৰ টোকা nwtsty)
লূক ৬:৩৮—আমি যি জোখেৰে আনক জোখো, সেই জোখেৰে আনেও আমাক জুখিব (লূক ৬:৩৮ পদৰ ওপৰত “তোমালোকৰ কোঁচত” অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
লূক ৬:১২, ১৩—গভীৰ নিৰ্ণয় লোৱাৰ সময়ত যীচুৰ উদাহৰণে সত্য খ্ৰীষ্টানসকলক কেনেকৈ সহায় কৰিব? (w০৭-HI ৮/১ ৬ ¶২)
লূক ৭:৩৫—যদি আমাৰ ওপৰত মিছা অপবাদ দিয়া হয়, তেনেহʼলে যীচুৰ বাক্যই আমাক কেনেকৈ সহায় কৰিব? (লূক ৭:৩৫ পদৰ ওপৰত “নিজৰ সকলো সন্তান” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) লূক ৭:৩৬-৫০
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ১৮৫-১৮৬ ¶৪-৫
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ দৰে উদাৰ হওক: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
যিহোৱা ঈশ্বৰ আৰু যীচুৱে কেনেকৈ উদাৰতা দেখুৱায়?
আমি উদাৰতা দেখুৱালে যিহোৱা ঈশ্বৰে আমাক কেনেকৈ আশীৰ্ব্বাদ কৰিব?
উদাৰভাৱে ক্ষমা কৰাৰ অৰ্থ কি?
বৰ্তমান সময়ত আমি কি কি উপায়েৰে উদাৰতা দেখুৱাব পাৰোঁ?
আনৰ প্ৰশংসা কৰাৰ সময়ত আমি কেনেকৈ উদাৰতা দেখুৱাব পাৰোঁ?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১২ ¶১-৩
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৬ আৰু প্ৰাৰ্থনা