ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুলাই পৃষ্ঠা ২
  • উদাৰতাৰে জোখ-মাখ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উদাৰতাৰে জোখ-মাখ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • ঈশ্বৰক ধন্যবাদ কৰিবলৈ বলি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • “মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • উদাৰশীল হওক
    সচেতন থাকক!—২০২৫
  • প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুলাই পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ৬-৭

উদাৰতাৰে জোখ-মাখ কৰক

৬:৩৮

এজন উদাৰ ব্যক্তিয়ে আনক সহায় কৰিবলৈ আৰু উৎসাহিত কৰিবলৈ আনন্দেৰে নিজৰ সময়, শক্তি আৰু ধন-সম্পত্তি ব্যৱহাৰ কৰে।

  • গ্ৰীক ক্ৰিয়াপদৰ অনুসৰি “দান কৰা” বুলিলে কোনো এটা কাৰ্য্য কৰি থকা প্ৰক্ৰিয়াক বুজায়

  • যেতিয়া আমি আনক দিয়াৰ অভ্যাস কৰোঁ, তেতিয়া “লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই . . . কোঁচত বাকি দিব।” এই কথাষাৰে হয়তো সেই সময়ৰ ৰীতি অনুসৰি কিছুমান বেপাৰীয়ে গ্ৰাহকে পিন্ধা চোলাত বেচা বস্তুবোৰ উপচাই দিয়া কাৰ্য্যক বুজায়

এই উপদেশ আপুনি কেতিয়া ব্যৱহাৰ কৰিব পাৰে, তাৰ এখন তালিকা বনাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক