ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৫
  • ঈশ্বৰক ধন্যবাদ কৰিবলৈ বলি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰক ধন্যবাদ কৰিবলৈ বলি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আপুনি ধন্যবাদসূচক মনোবৃত্তি প্ৰকাশ কৰক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • “তোমালোকে একোলৈ চিন্তা নকৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • “মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৫
এটা ইস্ৰায়েলী পৰিয়ালে মঙ্গলাৰ্থক বলিৰ বাবে যি জন্তু উৎসৰ্গ কৰিছিল, তাৰপৰা তেওঁলোকে খাই আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ৬-৭

ঈশ্বৰক ধন্যবাদ কৰিবলৈ বলি

৭:১১-১৫, ২০

ইস্ৰায়েলীসকলে যি মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? আমি যিহোৱাক প্ৰাৰ্থনাৰ যোগেদি ধন্যবাদ কৰা উচিত আৰু আমি নিজৰ কামৰ যোগেদি প্ৰকাশ কৰিব পাৰোঁ যে আমি তেওঁৰ কৃতজ্ঞ।—ফিলি ৪:৬, ৭; কল ৩:১৫.

  • আমি কি কি কাৰণে যিহোৱাক ধন্যবাদ দিব পাৰোঁ?—১থিচ ৫:১৭, ১৮

  • যিহোৱাক ধন্যবাদ কৰা কিয় লাভজনক?

  • কি কামৰ যোগেদি এজন ব্যক্তিয়ে দেখুৱাই যে তেওঁ ‘ভূত-পিশাচৰ মেজৰপৰা’ খাইছে? এইদৰে কৰাৰ যোগেদি তেওঁ কেনেকৈ যিহোৱাৰ অনাদৰ কৰাৰ দৰে হʼব?—১কৰি ১০:২০, ২১

এগৰাকী ইস্ৰায়েলী তিৰোতাই ওপৰ ফালে চাই যিহোৱাক ধন্যবাদ কৰি আছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক