ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ৬
  • “তোমালোকে একোলৈ চিন্তা নকৰিবা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোকে একোলৈ চিন্তা নকৰিবা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • “মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম।”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • শান্ত হৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকক আৰু আশীৰ্ব্বাদ লাভ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ফিলিপীয়া ১-৪

“তোমালোকে একোলৈ চিন্তা নকৰিবা”

৪:৬, ৭

এগৰাকী ভনীয়ে প্ৰাৰ্থনা কৰিছে আৰু মনত শান্তি লাভ কৰিছে
  • সকলো চিন্তাৰ সমাধান হৈছে প্ৰাৰ্থনা

  • যদি আমি বিশ্বাসেৰে প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে যিহোৱাই আমাক এনে শান্তি দিব, যি “সকলো বুদ্ধিতকৈ উত্তম” হয়

  • হয়তো আমি আমাৰ সমস্যাবোৰৰ সমাধানৰ উপায় বিচাৰি নাপাবও পাৰোঁ, কিন্তু যিহোৱা ঈশ্বৰে আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব। তেওঁ হয়তো এনে সহায় আগবঢ়াব পাৰে, যিটো আমি কেতিয়াও আশা কৰা নাই।—১কৰি ১০:১৩

কোনবোৰ কথাই মোক চিন্তিত কৰি তুলিছে?

যিহোৱা ঈশ্বৰৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে বুলি মই কেনেকৈ দেখুৱাব পাৰোঁ?

এগৰাকী ভনীয়ে বিল চাই চিন্তিত হৈছে; এগৰাকী ভনীয়ে নিজৰ অসুস্থ স্বামীৰ কাষত বহি প্ৰাৰ্থনা কৰিছে; পিতৃ-মাতৃৰ তৰ্ক-বিতৰ্ক লʼৰা-ছোৱালীয়ে চাইছে আৰু শুনিছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক