ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ১-৩
যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকক আৰু আশীৰ্ব্বাদ লাভ কৰক
তিনিজন ইব্ৰী ডেকাৰ উদাহৰণে, যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থকাৰ আমাৰ সিদ্ধান্তক দৃঢ় কৰে
৩:১৬-২০, ২৬-২৯
তলত উল্লেখ কৰা শাস্ত্ৰপদবোৰৰ অনুসৰি যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থকাৰ লগত কি জড়িত আছে?