ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ৬
  • জুন ২৪-৩০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ২৪-৩০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ৬

জুন ২৪-৩০

ফিলিপীয়া ১-৪

  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তোমালোকে একোলৈ চিন্তা নকৰিবা”: (১০ মি.)

    • [ফিলিপীয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন চাওক।]

    • ফিলি ৪:৬—কোনো সমস্যাৰ বাবে চিন্তিত হʼলে প্ৰাৰ্থনা কৰক (w১৭.০৮-HI ১০ ¶১০)

    • ফিলি ৪:৭—‘ঈশ্বৰৰ শান্তিয়ে’ আপোনাক সুৰক্ষা দিব পাৰে (w১৭.০৮-HI ১০ ¶৭; ১২ ¶১৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ফিলি ২:১৭—পাঁচনি পৌলে এইদৰে কিয় কৈছিল যে তেওঁৰ ওপৰত “নৈবেদ্যস্বৰূপে ঢলা” হৈছে? (it-২-E ৫২৮ ¶৫)

    • ফিলি ১:২২, ২৩—পৌলে কি ‘দুটা’ হেঁচাৰ সন্মুখীন হৈছিল আৰু তেওঁ অন্তৰৰপৰা কি ইচ্ছা কৰিছিল? (w০৮-HI ৮/১৫ ২৮ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ফিলি ৪:১০-২৩ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) fg পাঠ ৬ ¶৩-৪ (শিক্ষা অধ্যায় ৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৫

  • কাৰ নিয়ন্ত্ৰণত আছে—নিজৰ, নে ফোনৰ?: (৫ মি.) ভিডিঅʼখন দেখুৱাওক তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: ফোন কি কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ অতিমাত্ৰা ব্যৱহাৰ কৰিলে, কেনেকৈ বেয়া প্ৰভাৱ পৰিব পাৰে? আপুনি অতিমাত্ৰা ব্যৱহাৰ কৰিছোঁ বুলি কেনেকৈ জানিব পাৰে? আপুনি “যি যি শ্ৰেষ্ঠ” বিষয়বোৰ কেনেকৈ ধ্যান দিব পাৰিব? (ফিলি ১:১০)

  • “ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক”: (১০ মি.) আলোচনা। মই কেনেধৰণৰ মনোৰঞ্জন বাছনি কৰা উচিত? নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৫ ¶১৪-২০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক