ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৬
  • নৱেম্বৰ ৩০–ডিচেম্বৰ ৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ ৩০–ডিচেম্বৰ ৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৬

নৱেম্বৰ ৩০–ডিচেম্বৰ ৬

লেবীয়া পুস্তক ৮-৯

  • গীত ১৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ আশীৰ্বাদৰ প্ৰমাণ”: (১০ মি.)

    • লেবী ৮:৬-৯, ১২—মোচিয়ে হাৰোণ আৰু তেওঁৰ সন্তানসকলক পুৰোহিত হিচাপে নিযুক্ত কৰিলে (it-১-E ১২০৭)

    • লেবী ৯:১-৫—পুৰোহিতসকলে গোটেই ইস্ৰায়েল ৰাষ্ট্ৰৰ ওচৰত প্ৰথমবাৰ জীৱ-জন্তুৰ বলিদান দিলে (it-১-E ১২০৮ ¶৮)

    • লেবী ৯:২৩-২৪—নিযুক্ত কৰা পুৰোহিতসকলৰপৰা যিহোৱা আনন্দিত বুলি প্ৰকাশ কৰিলে (w১৯.১১-HI ২৩ ¶১৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ৮:৬—যিহোৱাই পুৰোহিতসকলক শুদ্ধ হৈ থাকিবলৈ যি আজ্ঞা দিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w১৪-HI ১১/১৫ ৯ ¶৬)

    • লেবী ৮:১৪-১৭—হাৰোণ আৰু তেওঁৰ সন্তানসকলক পুৰোহিত পদ দিয়াৰ সময়ত মোচিয়ে বলি কিয় উৎসৰ্গ কৰিলে, হাৰোণে কিয় নকৰিলে? (it-২-E ৪৩৭ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লেবী ৮:৩১–৯:৭ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক জনসাধাৰণৰ বাবে সংস্কৰণ নং ২ ২০২০ চনৰ প্ৰহৰীদুৰ্গৰপৰা (হিন্দী) কোনো বিষয়ে জনাওক আৰু এই প্ৰকাশনখন দিয়ক। (শিক্ষা অধ্যায় ৬)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ৪)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৭৭ ¶৬-৭ (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৮

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—ফোনৰ যোগেদি সাক্ষ্য দিয়ক”: (১৫ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ১০ ¶৯-১৫, পৃ. ১৩০ বক্স

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৬৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক