ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৬-৭
প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰক
যীচুৰ আদৰ্শ প্ৰাৰ্থনাত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া হৈছে। ইয়াৰ যোগেদি কʼব পাৰি যে ঈশ্বৰৰ ৰাজ্য এক গুৰুত্বপূৰ্ণ বিষয় হয়।
ঈশ্বৰৰ নাম
ঈশ্বৰৰ ৰাজ্য
ঈশ্বৰৰ ইচ্ছা
প্ৰতিদিনৰ আহাৰ
পাপৰ ক্ষমা
পৰীক্ষাৰ সময়ছোৱাত স্থিৰে থাকিবলৈ
ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত থকা বিষয়বোৰৰ বাবে মই প্ৰাৰ্থনা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে:
ঘোষণা কাৰ্য্য ব্যাপকৰূপে হোৱাৰ বাবে
তাড়নাৰ সন্মুখীন হোৱা লোকসকলক ঈশ্বৰৰ পবিত্ৰ আত্মাই সহায় কৰাৰ বাবে
কোনো এক নিৰ্দিষ্ট নিৰ্ম্মাণ কাৰ্য্য অথবা বিশেষ ঘোষণা কাৰ্য্যৰ অভিযানৰ বাবে আশীৰ্ব্বাদ বিচাৰি
দায়িত্বত থকা ভাইসকলক প্ৰজ্ঞা আৰু শক্তি দিয়াৰ বাবে
অন্যান্য বিষয়বোৰৰ বাবে