ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ৯
  • নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • আপোনাৰ সময় আৰু শক্তি আগবঢ়াব পাৰিবনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ৯

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক

নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক

ৰাজ্যগৃহ, সন্মিলন ভৱন আৰু শাখা কাৰ্য্যালয় নিৰ্মাণ কৰাও এক প্ৰকাৰৰ পবিত্ৰ সেৱা। (যাত্ৰা ৩৬:১) আপুনি স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কামৰ বাবে আবেদন (DC-50) কৰিব পাৰেনে? এইদৰে কৰিলে আপুনি মাজে সময়ে নিজৰ এলেকাত হোৱা নিৰ্মাণ কামত সহায় আগবঢ়াব পাৰে। ইয়াৰ উপৰিও আপুনি স্বেচ্ছাসেৱক পৰিকল্পনাৰ আবেদন (A-19) পূৰ কৰিব পাৰেনে? এইদৰে কৰিলে আপুনি দূৰ-দূৰণি ঠাইত কিছু সপ্তাহ বা মাহৰ বাবে নিৰ্মাণ কাম কৰিব পাৰে। নিৰ্মাণ কামত সহায় কৰিবলৈ আপুনি এই কামৰ বিষয়ে সকলো জনাটো আৱশ্যকীয় নহয়।—নহি ২:১, ৪, ৫.

বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক—সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। চাৰাই নিৰ্মাণ কাৰ্য্যৰ ঠাইত হেলমেট পিন্ধি আছে আৰু তেওঁৰ মুখত হাঁহি বিৰিঙিছে।

    কিহৰ বাবে চাৰা চিন্তিত আছিল? চাৰাৰ চিন্তা কেনেকৈ দূৰ হʼল?

যদি আপুনি নিৰ্মাণ কাম কৰিব বিচাৰে, তেনেহʼলে নিজৰ মণ্ডলীৰ প্ৰাচীনসকলৰ লগত আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক