ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুলাই পৃষ্ঠা ৩
  • জুলাই ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুলাই পৃষ্ঠা ৩

জুলাই ৯-১৫

লূক ৮-৯

  • গীত ৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৰ পিচে পিচে যাবলৈ আমি কি কৰা উচিত?”: (১০ মি.)

    • লূক ৯:৫৭, ৫৮—যিসকলে যীচুৰ পিচে পিচে যায়, তেওঁলোকে সম্পূৰ্ণৰূপে যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰা উচিত (it-২-E ৪৯৪)

    • লূক ৯:৫৯, ৬০—যিসকলে যীচুৰ পিচে পিচে যায়, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে (লূক ৯:৫৯, ৬০ পদৰ ওপৰত “মোৰ পিতৃক কবৰ দিবলৈ,” “মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ৯:৬১, ৬২—যিসকলে যীচুৰ পিচে পিচে যায়, তেওঁলোকে এই জগতৰ বস্তুবোৰৰ দ্বাৰা বিচলিত নহয় (লূক ৯:​৬২ পদৰ ওপৰত “হাল বোৱা” ভিডিঅ’, nwtsty; w১২-HI ৪/১৫ ১৫-১৬ ¶১১-১৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ৮:৩—ইয়াত উল্লেখ কৰা খ্ৰীষ্টানসকলে যীচু খ্ৰীষ্ট আৰু পাঁচনিসকলৰ “সেৱা-শুশ্ৰূষা” কেনেকৈ কৰিছিল? (লূক ৮:৩ পদৰ ওপৰত “তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিছিল” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ৯:৪৯, ৫০—ইয়াত উল্লেখ কৰা ব্যক্তিগৰাকী যীচুৰ শিষ্য নাছিল, কিন্তু তেতিয়াও ভূতবিলাকক খেদোৱাত যীচুৱে তেওঁক কিয় নিষেধ কৰা নাছিল? (w০৮-HI ৩/১৫ ৩১ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ৮:১-১৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) w১২-HI ৩/১৫ ২৭-২৮ ¶১১-১৫—বিষয়: ঈশ্বৰৰ ৰাজ্যৰ অৰ্থে আমি যি ত্যাগ কৰিছোঁ, তাৰ বাবে আমি কিয় অনুশোচনা কৰা উচিত নহয়?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩

  • স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১২ ¶৪-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক