ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুলাই পৃষ্ঠা ৩
  • যীচুৰ পিচে পিচে যাবলৈ আমি কি কৰা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ পিচে পিচে যাবলৈ আমি কি কৰা উচিত?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • পাপ আৰু মৃত্যুৰ পথ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আমাৰ সাহাৰ্য্য সেৱা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • অহংকাৰী ফৰৌণে অজানিতে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুলাই পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ৮-৯

যীচুৰ পিচে পিচে যাবলৈ আমি কি কৰা উচিত?

৯:৬২

এজন খেতিয়কে যদি পোনকৈ হাল বাব বিচাৰে, তেনেহʼলে তেওঁ বাৰে বাৰে উভতি চাই নিজকে বিচলিত কৰা উচিত নহʼব। ঠিক সেইদৰে, এজন সত্য খ্ৰীষ্টানে জীৱনত ত্যাগ কৰি অহা বস্তুবোৰৰ বিষয়ে চিন্তা কৰি থাকিলে বিচলিত হোৱাৰ সম্ভাৱনা থাকিব পাৰে।—ফিলি ৩:১৩, ১৪.

সমস্যাৰ সন্মুখীন হʼলে, আমাৰ মনলৈ হয়তো সহজে এনে ভাব আহিব পাৰে যে সত্যত অহাৰ আগৰ দিনবোৰেই ভাল আছিল। কিন্তু এনে কৰাৰ সময়ত আমি প্ৰায়ে সেই সময়ত সন্মুখীন হোৱা সমস্যাবোৰতকৈ, আনন্দ উল্লাসৰ কথাবোৰহে বৰকৈ মনত পেলাওঁ। মিচৰৰপৰা ওলাই অহাৰ পাছত ঠিক এনেধৰণৰ ভাবনা ইস্ৰায়েলীসকলৰ মনলৈ আহিছিল। (গণ ১১:৫, ৬) তেওঁলোকৰ দৰে যদি আমিও ত্যাগ কৰি অহা জীৱনৰ বিষয়ে ভাবি থাকোঁ, তেনেহʼলে আমাৰ মনলৈয়ো আগৰ জীৱনলৈ উভতি যোৱাৰ ইচ্ছা হʼব পাৰে। ইয়াৰ বিপৰীতে, বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে আমাক কি কি আশীৰ্ব্বাদ দিছে আৰু ভৱিষ্যতে তেওঁৰ ৰাজ্যই আমাৰ বাবে কেনে এক আনন্দময় জীৱন কঢ়িয়াই আনিব, ইয়াৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰাটোৱেই আমাৰ বাবে উত্তম হʼব।—২কৰি ৪:১৬-১৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক