ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • পাপ আৰু মৃত্যুৰ পথ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাপ আৰু মৃত্যুৰ পথ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • “তোমালোক পবিত্ৰ হোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • বেয়া ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • নতুন মন কৰক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ছেপ্টেম্বৰ পৃষ্ঠা ৬
এজন ভায়ে বিভিন্ন প্ৰলোভনৰ বিষয়ে ধ্যান কৰিছে: টকা-পইচা, এখন গাড়ী, চিগাৰেট আৰু এগৰাকী প্ৰেমাভিনয় কৰা তিৰোতা

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাকোব ১-২

পাপ আৰু মৃত্যুৰ পথ

১:১৪, ১৫

যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰা চিন্তা-ভাৱনা আপোনাৰ মনলৈ অহাৰ সময়ত আপুনি এইদৰে কৰক:

  • আন কোনো বিষয়ত ধ্যান দিবলৈ প্ৰাণ-পণে চেষ্টা কৰক।—ফিলি ৪:৮

  • বেয়া চিন্তা-ভাৱনা পূৰ কৰিলে কি পৰিণাম হʼব, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক।—দ্বিতী ৩২:২৯

  • প্ৰাৰ্থনা।—মথি ২৬:৪১

যদি আপোনাৰ মনলৈ কোনো বেয়া চিন্তা-ভাৱনা আহে, তেনেহʼলে আপুনি উৎসাহিত কৰিব পৰা কোনবোৰ কথাৰ বিষয়ে চিন্তা কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক