ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মে’ পৃষ্ঠা ৩
  • আমাৰ সাহাৰ্য্য সেৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ সাহাৰ্য্য সেৱা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মে’ পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ৭-১০

আমাৰ সাহাৰ্য্য সেৱা

৮:১-৪; ৯:৭

খ্ৰীষ্টানসকলৰ সেৱাৰ দুটা দিশ আছে। এটা হৈছে “মিলনৰ পৰিচৰ্য্যা” অথবা ঘোষণা কাৰ্য্য আৰু শিক্ষা দিয়া। দ্বিতীয়টো হৈছে সমস্যাৰ সময়ত আমাৰ ভাই-ভনীসকলক “সাহাৰ্য্য সেৱা” আগবঢ়োৱা। (২কৰি ৫:১৮-২০; ৮:৪, NW) গতিকে, সহায়ৰ প্ৰয়োজন হোৱা খ্ৰীষ্টান ভাই-ভনীসকলক সহায় আগবঢ়োৱাটো আমাৰ বাবে এক পবিত্ৰ সেৱা। সাহাৰ্য্য সেৱাৰ যোগেদি

  • ভাই-ভনীসকলৰ অভাৱ পূৰ হৈছে।—২কৰি ৯:১২ক

  • তেওঁলোকে নিজৰ আধ্যাত্মিক বিষয়বোৰ, যেনে ঘোষণা কাৰ্য্য, সভা আদি পুনৰ আৰম্ভ কৰিব পাৰিছে। এনে কৰাৰ যোগেদি তেওঁলোকে যিহোৱা ঈশ্বৰক ধন্যবাদ কৰিব পাৰিছে।—২কৰি ৯:১২খ

  • যিহোৱা ঈশ্বৰক গৌৰৱান্বিত কৰিব পাৰে। (২কৰি ৯:১৩) এই সেৱাৰ যোগেদি সকলো লোক আৰু যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে ভুল ধাৰণা থকা লোকসকলকো সাক্ষ্য দিয়া হয়

প্ৰাচীন সময়ত এটা পৰিয়ালে দান-বৰঙণি আগবঢ়াইছে; দুৰ্ঘটনা সাহাৰ্য্য সমিতিৰ ভাইসকলে ভনীগৰাকীৰ ঘৰ মেৰামতি কৰোঁতে তাই চাইছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক