ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মে’ পৃষ্ঠা ৩
  • মে’ ১৩-১৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ১৩-১৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মে’ পৃষ্ঠা ৩

মে’ ১৩-১৯

২ কৰিন্থীয়া ৭-১০

  • গীত ১০৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আমাৰ সাহাৰ্য্য সেৱা”: (১০ মি.)

    • ২কৰি ৮:১-৩—মাকিদনিয়াৰ খ্ৰীষ্টানসকলে যিহুদী ভাই-ভনীসকলৰ বাবে “শক্তিৰ অতিৰিক্ত পৰিমানে” দান-বৰঙণি দিছিল (w৯৮-HI ১১/১ ২৫ ¶১; kr-HI ২০৯ ¶১)

    • ২কৰি ৮:৪—কঠিন পৰিস্থিতিত থকা খ্ৰীষ্টান ভাই-ভনীসকলক সহায় আগবঢ়োৱাটো এক পবিত্ৰ সেৱা (kr-HI ২০৯-২১০ ¶৪-৬)

    • ২কৰি ৯:৭—“হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে” (kr-HI ১৯৬ ¶১০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২কৰি ৯:১৫—ঈশ্বৰৰ ‘বৰ্ণনাতীত দান’ কি হয়? (w১৬.০১-HI ১২-১৩ ¶২)

    • ২কৰি ১০:১৭—“প্ৰভুতেই শ্লাঘা কৰক,” ইয়াৰ অৰ্থ কি? (g৯৯-HI ৮/৮ ২০-২১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ২কৰি ৭:১-১২ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ২)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৭

  • “আমাৰ সাহাৰ্য্য সেৱাই কেৰিবিয়ান দ্বীপ-পুঞ্জৰ খ্ৰীষ্টানসকলক কেনেকৈ সহায় আগবঢ়ায়” (১৫ মি.) আলোচনা। দ্বীপ-পুঞ্জত সাহাৰ্য্য সেৱাৰ কাম—প্ৰেম কথাৰে নহয়, কাৰ্য্যৰে দেখুৱা হয় নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৪ ¶১-৬

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক