জুলাই ১৬-২২
লূক ১০-১১
গীত ৫০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“দয়ালু চমৰীয়াৰ দৃষ্টান্ত”: (১০ মি.)
লূক ১০:২৯-৩২—ডকাইতে আঘাত কৰা এজন যিহুদীক, এজন পুৰোহিত আৰু এজন লেবীয়ে সহায় কৰাত ব্যৰ্থ হৈছিল [লূক ১০:৩০ পদৰ ওপৰত আধাৰিত “যিৰূচালেমৰপৰা যিৰীহোলৈ যোৱা পথ” নামৰ ভিডিঅʼখন দেখুৱাওক, nwtsty] (w০২ ৯/১ ১৫-১৬ ¶১৪-১৫)
লূক ১০:৩৩-৩৫—এজন চমৰীয়াই পীড়িত ব্যক্তিজনৰ প্ৰতি উল্লেখনীয় প্ৰেম দেখুৱাইছিল (লূক ১০:৩৩, ৩৪ পদৰ ওপৰত “এজন চমৰীয়া,” “তেওঁৰ ঘাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি, ঘা বান্ধি দিলে,” “আলহী-ঘৰ” অধ্যয়নৰ টোকা, nwtsty)
লূক ১০:৩৬, ৩৭—আমি কেৱল নিজৰ জাতি, বৰ্গ, গোষ্ঠী বা ৰাষ্ট্ৰৰ লোকসকলকেই নহয়, কিন্তু সকলো লোককে প্ৰেম কৰা উচিত (w৯৮-HI ৭/১ ৩১ ¶২)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
লূক ১০:১৮—যীচুৱে ৭০ জন শিষ্যক কৈছিল: “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।” ইয়াৰ অৰ্থ কি আছিল? (লূক ১০:১৮ পদৰ ওপৰত “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ” অধ্যয়নৰ টোকা, nwtsty; w০৮-HI ৩/১৫ ৩১ ¶১২)
লূক ১১:৫-৯—নেৰানেপেৰাকৈ খুজি থকা ব্যক্তিজনৰ দৃষ্টান্তৰপৰা আমি প্ৰাৰ্থনা কৰাৰ বিষয়ে কি শিকিব পাৰোঁ? (লূক ১১:৫-৯ পদৰ ওপৰত “হে বন্ধু, মোক তিনটা পিঠা ধাৰ দিয়া,” “মোক দিগ্ নিদিবা,” “ঘনে খুজি থকা” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) লূক ১০:১-১৬
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। ব্যক্তিজনে কৈছে যে তেওঁ এতিয়া ভাত খাইছে।
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২)”: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৩ ¶১-৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৭ আৰু প্ৰাৰ্থনা