ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৩
  • অহংকাৰী ফৰৌণে অজানিতে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অহংকাৰী ফৰৌণে অজানিতে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ
    বাইবেলৰ কাহিনী
  • প্ৰথম তিনিটা বিপত্তি
    বাইবেলৰ পৰা শিকোঁ আহা
  • মোচি আৰু হাৰোণে সাহস দেখুৱালে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৩
মোচি আৰু হাৰোণ ফৰৌণৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে, কিন্তু তেওঁ শুনিব বিচৰা নাই।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৮-৯

অহংকাৰী ফৰৌণে অজানিতে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিলে

৮:১৫, ১৮, ১৯; ৯:১৫-১৭

মিচৰৰ ফৰৌণসকলে নিজকে ঈশ্বৰ বুলি ভাবিছিল। সেইবাবে, অহংকাৰী ফৰৌণে মোচি আৰু হাৰোণৰ আনকি মায়াকৰ্ম্ম কৰা শাস্ত্ৰজ্ঞবিলাকৰো কথা শুনিবলৈ অস্বীকাৰ কৰিলে।

কোনোবাই আপোনাক পৰামৰ্শ দিলে, আপুনি শুনেনে? যদি কোনোবাই আপোনাক পৰামৰ্শ দিয়ে, তাৰ প্ৰতি আপুনি কৃতজ্ঞতা দেখুৱাইনে? বা নিজকে সদায় সঠিক বুলি ভাবে নেকি? “বিনাশৰ আগেয়ে অহঙ্কাৰ।” (হিতো ১৬:১৮) আত্ম-গৌৰৱৰপৰা কিয় আঁতৰি থকা উচিত!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক