ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৪
  • মোচি আৰু হাৰোণে সাহস দেখুৱালে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মোচি আৰু হাৰোণে সাহস দেখুৱালে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ
    বাইবেলৰ কাহিনী
  • যিহোৱাৰ পথবোৰৰ বিষয়ে জনা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • লাখুটিৰে শিলত কোবোৱা
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৪
মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰত আহিছে, তেওঁ সিংহাসনত বহি আছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১০-১১

মোচি আৰু হাৰোণে সাহস দেখুৱালে

১০:৩-৬, ২৪-২৬, ২৮; ১১:৪-৮

সেইসময়ত মিচৰৰ ফৰৌণ আটাইতকৈ শক্তিশালী শাসক আছিল। তথাপিও মোচি আৰু হাৰোণে তেওঁৰ আগত সাহসেৰে কথা পাতিলে। এনে কৰিবলৈ কিহে তেওঁলোকক সহায় কৰিলে? মোচিৰ বিষয়ে বাইবেলত উল্লেখ আছে যে “বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।” (ইব্ৰী ১১:২৭) মোচি আৰু হাৰোণ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা আৰু বিশ্বাস কৰিছিল।

কি কি পৰিস্থিতিত কোনো অধিকাৰীৰ আগত নিজৰ বিশ্বাসৰ বিষয়ে সাক্ষ্য দিবলৈ সাহসৰ প্ৰয়োজন?

ছবি: এই পৰিস্থিতিবোৰত আমি সাহসী হʼব পাৰোঁ। ১. স্কুলত সকলোৱে পতাকা চেলামি কৰিছে আৰু এজন লʼৰা থিয় হৈ আছে, কিন্তু চেলামি কৰা নাই ২. এজন ভায়ে ন্যায়লয়ৰ অধিকাৰীসকলৰ ওচৰত থিয় হৈ আছে। ৩. এজন ডেকা ভায়ে প্ৰচাৰ কাৰ্য্যত এজন গৃহস্থক ট্ৰেক্ট দিছে আৰু পুলিচে তেওঁলোকক চাই আছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক