ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৪
  • জুলাই ২০-২৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ২০-২৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৪

জুলাই ২০-২৬

যাত্ৰাপুস্তক ১০-১১

  • গীত ৬৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মোচি আৰু হাৰোণে সাহস দেখুৱালে”: (১০ মি.)

    • যাত্ৰা ১০:৩-৬—মোচি আৰু হাৰোণে সাহসেৰে ফৰৌণৰ আগত অষ্টম মহামাৰীৰ বিষয়ে ঘোষণা কৰিলে (w০৯-HI ৭/১৫ ২০ ¶৬)

    • যাত্ৰা ১০:২৪-২৬—মোচি আৰু হাৰোণে ফৰৌণৰ কথাত মান্তি নহʼল

    • যাত্ৰা ১০:২৮; ১১:৪-৮—মোচি আৰু হাৰোণে সাহসেৰে ফৰৌণৰ আগত দশম মহামাৰীৰ বিষয়ে ঘোষণা কৰিলে (it-২-E ৪৩৬ ¶৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ১০:১, ২—এই পদবোৰৰপৰা পিতৃ-মাতৃসকলে কি শিকিব পাৰে? (w৯৫-HI ৯/১ ১১ ¶১১)

    • যাত্ৰা ১১:৭—“সিবিলাকৰ অহিতে এটা কুকুৰেও নিজ জিবা নলৰাব” যিহোৱাই ইস্ৰায়েলীসকলক এইদৰে কোৱাৰ অৰ্থ কি আছিল? (it-১-E ৭৮৩ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ১০:১-১৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে যিদৰে গৃহস্থৰ লগত যুক্তি কৰিলে, তাৰপৰা আপুনি কি শিকিলে? প্ৰচাৰকজনে কেনেকৈ শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশন ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন?

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক। (শিক্ষা অধ্যায় ৮)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৫৫

  • “সৃষ্টিয়ে আমাক সাহসৰ বিষয়ে কি শিকায়?”: (১৫ মি.) আলোচনা। সাহসেৰে কাম কৰিবলৈ সৃষ্টিৰপৰা শিকক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অতিৰিক্ত লেখ, ২৩৯-২৪২ পৃ.

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৭৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক