ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৫
  • সৃষ্টিয়ে আমাক সাহসৰ বিষয়ে কি শিকায়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সৃষ্টিয়ে আমাক সাহসৰ বিষয়ে কি শিকায়?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আমি সাহসী হʼব পাৰিম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মোক সাহস দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • ‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৫
এজন দেউতা আৰু তেওঁৰ লʼৰা বিলৰ কাষত থিয় হৈ আছে আৰু কিছু দূৰত থকা পৰ্ব্বতবোৰ চাইছে

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সৃষ্টিয়ে আমাক সাহসৰ বিষয়ে কি শিকায়?

যিহোৱাই আমাক তেওঁৰ দৰে গুণ বিকশিত কৰিবলৈ শিকায়। তেওঁ এয়া কেনেকৈ কৰে? তেওঁ বাইবেলত দিয়া লোকসকলৰ উদাহৰণৰ যোগেদি শিকায়। ইয়াৰ উপৰিও তেওঁ সৃষ্টিৰ যোগেদিও আমাক শিকায়। (ইয়ো ১২:৭, ৮) সাহসৰ বিষয়ে আমি সিংহ, ঘোঁৰা, নেউল, হামিংবাৰ্ড আৰু হাতীৰ যোগেদি কি শিকিব পাৰোঁ?

সাহসেৰে কাম কৰিবলৈ সৃষ্টিৰপৰা শিকক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এজনী মাইকী সিংহ আৰু তাইৰ পোৱালি জলাশয়ৰপৰা পানী খায় আছে।

    মাইকী সিংহবিলাকে নিজৰ পোৱালিবোৰক ৰক্ষা কৰাৰ সময়ত কেনেকৈ সাহস দেখুৱাই?

  • ঘোঁৰাবোৰে মুকলি পথাৰত দৌৰিছে।

    সাহসেৰে যুদ্ধ কৰিবলৈ ঘোঁৰাক কেনেকৈ প্ৰশিক্ষণ দিয়া হয়?

  • এটা নিউলে সাপৰ লগত যুঁজ কৰিছে।

    নেউলে কিয় বিষাক্ত সাপক ভয় নকৰে?

  • এজনী হামিংবাৰ্ডে আন এজনী হামিংবাৰ্ডৰপৰা নিজৰ ঠাই ৰক্ষা কৰিছে।

    হামিংবাৰ্ড সৰু হোৱাৰ সত্ত্বেও কেনেকৈ সাহসৰ প্ৰমাণ দিয়ে?

  • হাতীবোৰে একেলগে যাত্ৰা কৰিছে।

    হাতী কেনেকৈ সাহসেৰে, আন হাতীবোৰক সহায় কৰিবলৈ আগবাঢ়ি আহে?

  • এই জন্তুবোৰৰপৰা আপুনি সাহসৰ বিষয়ে কি শিকিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক