ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৬
  • জুলাই ২৭–আগষ্ট ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ২৭–আগষ্ট ২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৬

জুলাই ২৭–আগষ্ট ২

যাত্ৰাপুস্তক ১২

  • গীত ২০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নিস্তাৰ-পৰ্ব্বৰপৰা খ্ৰীষ্টানসকলে কি শিকিব পাৰে?”: (১০ মি.)

    • যাত্ৰা ১২:৫-৭—নিস্তাৰ-পৰ্ব্বত ভেৰা-ছাগলীৰ গুৰুত্বতা (w০৭-HI ১/১ ২২ ¶৪)

    • যাত্ৰা ১২:১২, ১৩—দুৱাৰৰ সন্মুখত তেজ ছটিওৱাৰ গুৰুত্বতা (it-২-E ৫৮৩ ¶৬)

    • যাত্ৰা ১২:২৪-২৭—নিস্তাৰ-পৰ্ব্বৰপৰা শিকিব পাৰোঁ (w১৩-HI ১২/১৫ ২০ ¶১৩-১৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ১২:১২—যিহোৱাই কেনেকৈ মহামাৰীৰ যোগেদি, বিশেষকৈ শেষৰ বিপত্তিৰ যোগেদি মিচৰীয়াসকলৰ মিছা দেৱতাবিলাকক শাস্তি দিছিল? (it-২-E ৫৮২ ¶২)

    • যাত্ৰা ১২:১৪-১৬—খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আৰু আন পবিত্ৰ সভাবোৰৰ কি বিশেষত্ব আছিল আৰু ইয়াৰপৰা ইস্ৰায়েলীসকলে কেনেকৈ লাভৱান হৈছিল? (it-১-E ৫০৪ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ১২:১-২০ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ২)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শেহতীয়াকৈ অহা কোনো এখন প্ৰকাশনৰপৰা আলোচনা কৰক। (শিক্ষা অধ্যায় ৬)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ১৬-১৭ ¶২১-২২ (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৮

  • “যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰে”: (১৫ মি.) আলোচনা। ৱাৰউইকৰ সংগ্ৰহালয়ৰ ভ্ৰমণ: “যিহোৱাৰ নামেৰে পৰিচিত লোক” নামৰ ভিডিঅ’খন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৫ ¶১-৬, পৃ. ৬০, ৬১ বক্সবোৰ

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১২২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক