ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৪
  • চেপ্টেম্বৰ ১৭-২৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ১৭-২৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৪

চেপ্টেম্বৰ ১৭-২৩

যোহন ৫-৬

  • গীত ১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক”: (১০ মি.)

    • যোহ ৬:৯-১১—যীচুৱে বহুতোলোকক আচৰিতভাৱে আহাৰ খোৱাইছিল (যোহ ৬:১০ পদৰ ওপৰত “পাঁচ হাজাৰমান মানুহ বহিল” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ৬:১৪, ২৪—যীচুৱেই যে মচীহ হয়, তাৰ বিষয়ে লোকসকলে জানিব পাৰে আৰু পাছদিনাখনো তেওঁক বিচাৰিবলৈ ধৰে (যোহ ৬:১৪ পদৰ ওপৰত “সেই ভাববাদী” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ৬:২৫-২৭, ৫৪, ৬০, ৬৬-৬৯—যীচু আৰু শিষ্যসকলৰ ওচৰলৈ অহা এই লোকসকলৰ মনোবৃত্তি ভাল নাছিল আৰু সেইবাবে তেওঁলোকে যীচুৰ বাক্য শুনি বিশ্বাসত উজুটি খাইছিল (যোহ ৬:২৭ পদৰ ওপৰত “ক্ষয়নীয় আহাৰৰ . . . অনন্ত জীৱনলৈকে যি আহাৰ থাকে” অধ্যয়নৰ টোকা, nwtsty; যোহ ৬:৫৪ পদৰ ওপৰত “মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে” অধ্যয়নৰ টোকা, nwtsty; w০৫ ৯/১ ২৯-৩০ ¶১৩-১৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ৬:৪৪—পিতৃয়ে লোকসকলক নিজৰ ওচৰলৈ কেনেকৈ আকৰ্ষণ কৰে? (যোহ ৬:৪৪ পদৰ ওপৰত “আকৰ্ষণ” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ৬:৬৪—যিহূদাই বিশ্বাসঘাতকতা কৰিব বুলি যীচুৱে কি অৰ্থত “আদিৰে পৰা” জানিছিল? (যোহ ৬:৬৪ পদৰ ওপৰত “কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, তাক যীচুৱে . . . জানি আছিল,” “আদিৰে পৰা” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ৬:৪১-৫৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই কয় যে তেওঁ এজন খ্ৰীষ্টান হয়।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৬

  • আপোনাৰ কি অনুভৱ হয়?: (৫ মি.) আলোচনা। ভাই-ভনীসকলে কেনেকৈ কথা-বতৰা আৰম্ভ কৰিছিল আৰু সাক্ষ্য দিবলৈ সক্ষম হৈছিল, তাৰ বিষয়ে নিজৰ অনুভৱ কʼবলৈ কওক।

  • “একো নষ্ট নহʼল”: (১০ মি.) আলোচনা। নিৰ্ম্মাণ পৰিকল্পনা—পৰিৱেশৰ সুৰক্ষা আৰু যিহোৱাৰ মহিমা—এক আভাস ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক