ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৪
  • সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • কোনো কথাই তেওঁলোকক উজুটি খোৱাব নোৱাৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • আপুনি যীচুৰ বাবে উজুটি খাবনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৫-৬

সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক

৬:৯-১১, ২৫-২৭, ৫৪, ৬৬-৬৯

যীচুৱে এটা দৃষ্টান্ত ব্যৱহাৰ কৰে আৰু যেতিয়া শিষ্যসকলে ইয়াক বুজিবলৈ অসুবিধা পায়, তেতিয়া তাৰে কিছুমানে উজুটি খায় আৰু তেওঁক অনুকৰণ কৰিবলৈ ত্যাগ দিয়ে। আগদিনাখন যীচুৱে এই লোকসকলকে আচৰিতভাৱে আহাৰ খুৱাইছিল আৰু তেওঁলোকে স্পষ্টৰূপে বুজিব পাৰিছিল যে যীচুৱে ঈশ্বৰৰ শক্তিৰে এনে কাৰ্য্য কৰিবলৈ সক্ষম হৈছিল। তেনেহʼলে তেওঁলোকে কিয় উজুটি খাইছিল? নিঃসন্দেহ, তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে যীচুক অনুকৰণ কৰিছিল। ভৌতিক বস্তুবোৰ লাভ কৰাৰ বাবে তেওঁলোকে যীচুৰ ওচৰলৈ আহিছিল।

আমি নিজকে সোধা উচিত: ‘মই যীচুক কিয় অনুকৰণ কৰিছোঁ? বৰ্তমান আৰু ভৱিষ্যতে আশীৰ্ব্বাদ লাভ কৰাৰ বাবে নেকি? অথবা মই যিহোৱা ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ?’

যীচুৱে আচৰিতভাৱে লোকসকলক আহাৰ খুৱাইছ; কিছুমান শিষ্যই যীচুক ত্যাগ দিছ আৰু যীচুৱে নিজৰ পাঁচনিসকলক সোধে যে তেওঁলোকেও আন শিষ্যসকলৰ দৰে তেওঁক ত্যাগ কৰিব বিচাৰেনে

যদি আমি কেৱল নিম্নলিখিত কাৰণবোৰৰ বাবে যিহোৱা ঈশ্বৰক সেৱা কৰোঁ, তেনেহʼলে আমি কিয় উজুটি খাব পাৰোঁ?

  • ঈশ্বৰৰ লোকসকলৰ লগত সংগতি কৰি আমাক ভাল লাগে

  • আমি পৰমদেশত জীয়াই থাকিব বিচাৰোঁ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক