ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • চেপ্টেম্বৰ ২৪-৩০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ২৪-৩০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৬

চেপ্টেম্বৰ ২৪-৩০

যোহন ৭-৮

  • গীত ২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে”: (১০ মি.)

    • যোহ ৭:১৫-১৮—যেতিয়া যীচুক তেওঁৰ শিক্ষাৰ বাবে প্ৰশংসা কৰা হৈছিল, তেতিয়া তেওঁ সকলো প্ৰশংসা যিহোৱা ঈশ্বৰক দিছিল (cf-HI ১০০-১০১ ¶৫-৬)

    • যোহ ৭:২৮, ২৯—যীচুৱে কৈছিল যে তেওঁক ঈশ্বৰে পঠাইছে। ইয়ে দেখুৱায় যে তেওঁ ঈশ্বৰৰ অধীনত আছিল

    • যোহ ৮:২৯—যীচুৱে নিজৰ শ্ৰোতাসকলক কৈছিল যে তেওঁ সদায় এনে কাৰ্য্য কৰে, যাৰ দ্বাৰা যিহোৱা ঈশ্বৰ সন্তুষ্ট হয় (w১১-HI ৩/১৫ ১১ ¶১৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ৭:৮-১০—যীচুৱে বিশ্বাসত নথকা নিজৰ ভাইসকলক মিছা কথা কৈছিল নেকি? (w০৭-HI ২/১ ৬ ¶৪)

    • যোহ ৮:৫৮—এই পদৰ শেষৰফালে “মই আছোঁ” লিখাৰ পৰিৱৰ্তে “আগৰে পৰা মই আছোঁ” বুলি অনুবাদ কৰা হৈছে। ই কিয় সঠিক আৰু গুৰুত্বপূৰ্ণ? (যোহ ৮:৫৮ পদৰ ওপৰত “মই আছোঁ” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ৮:৩১-৪৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি.) lv ১০-১২ ¶১০-১১

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪২

  • “খ্ৰীষ্টৰ দৰে নম্ৰ আৰু বিনয়ী হওক”: (১৫ মি.) আলোচনা। প্ৰতিখন ভিডিঅ’ দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৫

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৫২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক