অক্টোবৰ ১৫-২১
যোহন ১৩-১৪
গীত ৫০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমালোকক আৰ্হি দেখুৱালোঁ”: (১০ মি.)
যোহ ১৩:৫—যীচুৱে শিষ্যসকলৰ ভৰি ধুইছিল (যোহ ১৩:৫ পদৰ ওপৰত “শিষ্যবিলাকৰ ভৰি ধুৱাই” অধ্যয়নৰ টোকা, nwtsty)
যোহ ১৩:১২-১৪—‘ইজনে সিজনৰ ভৰি ধুৱাটো’ যীচুৰ শিষ্যসকলৰ কৰ্তব্য আছিল (যোহ ১৩:১৪ পদৰ ওপৰত “উচিত” অধ্যয়নৰ টোকা, nwtsty)
যোহ ১৩:১৫—যীচুৰ শিষ্যসকলে তেওঁৰ নম্ৰতাৰ গুণ অনুকৰণ কৰা উচিত (w৯৯-HI ৩/১ ৩১ ¶১)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যোহ ১৪:৬—যীচুক কিয় “বাট আৰু সত্য আৰু জীৱন” বুলি কোৱা হৈছে? (যোহ ১৪:৬ পদৰ ওপৰত “ময়েই বাট আৰু সত্য আৰু জীৱন” অধ্যয়নৰ টোকা, nwtsty)
যোহ ১৪:১২—যীচুৰ ওপৰত বিশ্বাস কৰা লোকসকলে কেনেকৈ তেওঁতকৈয়ো “মহৎ মহৎ কাৰ্য্য” কৰিব? (যোহ ১৪:১২ পদৰ ওপৰত “তাতকৈয়ো মহৎ মহৎ কাৰ্য্য” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যোহ ১৩:১-১৭
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) সুযোগ বিচাৰি ঘোষণা কৰিবলৈ আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—স্বাৰ্থপৰ আৰু খং তুলোৱা মনোবৃত্তি ত্যাগ কৰক”: (১৫ মি.) আলোচনা। ‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—স্বাৰ্থপৰ আৰু খং তুলোৱা মনোবৃত্তি ত্যাগ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। সময় থাকিলে, “ধ্যানৰ বাবে বাইবেলৰ উদাহৰণ” বক্সটো আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৬ আৰু প্ৰাৰ্থনা