অক্টোবৰ ২২-২৮
যোহন ১৫-১৭
গীত ৫১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমালোক জগতৰ নোহোৱা”: (১০ মি.)
যোহ ১৫:১৯—যীচুৰ শিষ্যসকল এই “জগতৰ” নহয় (যোহ ১৫:১৯ পদৰ ওপৰত “জগত” অধ্যয়নৰ টোকা, nwtsty)
যোহ ১৫:২১—যীচুৰ নামৰ বাবে শিষ্যসকলক ঘৃণা কৰা হয় (যোহ ১৫:২১ পদৰ ওপৰত “মোৰ নামৰ নিমিত্তে” অধ্যয়নৰ টোকা, nwtsty)
যোহ ১৬:৩৩—শিষ্যসকলে যীচুক অনুকৰণ কৰাৰ যোগেদি এই জগতক জয় কৰিবলৈ সক্ষম হʼব (it-১-E ৫১৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
যোহ ১৭:২১-২৩—যীচুৰ শিষ্যসকল কি অৰ্থত “এক” হয়? (যোহ ১৭:২১ পদৰ ওপৰত “এক” অধ্যয়নৰ টোকা, nwtsty; যোহ ১৭:২৩ পদৰ ওপৰত “সম্পূৰ্ণকৈ এক হয়” অধ্যয়নৰ টোকা, nwtsty)
যোহ ১৭:২৪—“জগত স্থাপন কৰাৰ” অৰ্থ কি? (যোহ ১৭:২৪ পদৰ ওপৰত “জগত স্থাপন” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) যোহ ১৭:১-১৪
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) ভাল খবৰ পাঠ ১৪ ¶৩-৪
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক”: (১৫ মি.) আলোচনা। ‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অপকাৰ গণনা নকৰিব নামৰ ভিডিঅʼখন দেখুৱাওক। সময় থাকিলে “ধ্যানৰ বাবে বাইবেলৰ উদাহৰণ” বক্সটো আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৬ আৰু প্ৰাৰ্থনা