ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ৮
  • প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • এক প্ৰকৃত ভাতৃত্ব ঐক্যতাৰ অৰ্থে —ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা সংগঠিত
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মণ্ডলীত একতা বজাই ৰাখক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভিডিঅখনৰ চলচিত্ৰই এক প্ৰভাৱকাৰী সাক্ষী দিয়ে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক

কিয় গুৰুত্বপূৰ্ণ: মৃত্যুৰ আগ নিশা যীচুৱে প্ৰাৰ্থনা কৰিছিল যে তেওঁৰ শিষ্যসকল “যেন সম্পূৰ্ণকৈ এক” হওক। (যোহ ১৭:২৩) একতা বজাই ৰাখিবলৈ আমি এজনে-আনজনক প্ৰেম কৰা উচিত আৰু প্ৰেমে কেতিয়াও “অপকাৰ গণনা নকৰে।”—১কৰি ১৩:৬.

ইয়াক কেনেকৈ কৰিব:

  • যিহোৱাৰ দৰে আনৰ ভাল গুণবোৰলৈ লক্ষ্য কৰক

  • হৃদয়ৰপৰা ক্ষমা কৰক

  • কোনো এটা সমস্যা সমধান কৰাৰ পাছত তাক পুনৰ উল্লেখ নকৰিব।—হিতো ১৭:৯

‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অপকাৰ গণনা নকৰিব নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভিডিঅʼখনৰ প্ৰথম অংশত হেমাই কেনেকৈ অপকাৰ গণনা কৰিছিল?

  • ভিডিঅʼখনৰ দ্বিতীয় অংশত হেমাই কেনেকৈ নিজৰ বেয়া মনোভাৱ শুধৰালে আৰু সঠিক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰিলে?

  • হেমাই মণ্ডলীত কেনেকৈ একতা বজাই ৰাখিবলৈ সক্ষম হয়?

আলিয়া, হেমা আৰু চঞ্জনা

আমি অপকাৰ গণনা কৰি ৰাখিলে, আটাইতকৈ বেছি কোনে দুখিত হʼব?

ধ্যানৰ বাবে বাইবেলৰ উদাহৰণ: যোহন মাৰ্কে পাঁচনি পৌলক আগতে নিৰাশ কৰাৰ সত্ত্বেও, পৌলে কিন্তু যোহনৰ ভাল গুণবোৰলৈ লক্ষ্য কৰিছিল।—পাঁচ ১৩:১৩; ১৫:৩৭, ৩৮; ২তীম ৪:১১.

নিজকে সোধক: ‘মই কেনেকৈ এনে ব্যক্তিৰ ওপৰত বিশ্বাস দেখুৱাম, যিয়ে আগতে মোক নিৰাশ কৰিছে?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক