ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ৭
  • অক্টোবৰ ২৯–নবেম্বৰ ৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ২৯–নবেম্বৰ ৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ৭

অক্টোবৰ ২৯–নবেম্বৰ ৪

যোহন ১৮-১৯

  • গীত ৩২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৱে সত্যৰ বিষয়ে সাক্ষ্য দিছিল”: (১০ মি.)

    • যোহ ১৮:৩৬—সত্যতা হৈছে মচীহৰ ৰাজ্যৰ বিষয়ে

    • যোহ ১৮:৩৭—যীচুৱে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সত্যতা শিকাইছিল (যোহ ১৮:৩৭ পদৰ ওপৰত “সাক্ষ্য দিবলৈ,” “সত্যতা” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১৮:৩৮—সাধাৰণ সত্য বুলি ভাবি পীলাতে হয়তো যীচুক ঠাট্টা কৰিছিল (যোহ ১৮:৩৮ পদৰ ওপৰত “সত্যতা নো কি?” অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ১৯:৩০—যীচুৱে “আত্মা অৰ্পণ” কৰাৰ অৰ্থ কি? (যোহ ১৯:৩০ পদৰ ওপৰত “আত্মা অৰ্পণ কৰিলে” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১৯:৩১—আমি কেনেকৈ জানিব পাৰোঁ যে যীচুৰ মৃত্যু ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৪ তাৰিখে হৈছিল? (যোহ ১৯:৩১ পদৰ ওপৰত “বিশ্ৰাম-বাৰ বৰ-দিন আছিল” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ১৮:১-১৪

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক jw.org ৱেবছাইট দেখুৱাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু আগলৈ কথা-বতৰা হোৱাৰ বাবে এটা প্ৰশ্ন সোধক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) ভাল খবৰ পাঠ ১৪ ¶৬-৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২

  • “প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক”: (১৫ মি.) আলোচনা। ‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অধাৰ্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। সময় থাকিলে “ধ্যানৰ বাবে বাইবেলৰ উদাহৰণ” বক্সটো আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক