ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ৭
  • যীচুৱে সত্যৰ বিষয়ে সাক্ষ্য দিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে সত্যৰ বিষয়ে সাক্ষ্য দিছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • প্ৰকৃত খ্ৰীষ্টানসকলে আত্মা আৰু সত্যেৰে ঈশ্বৰক উপাসনা কৰে
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰশিক্ষিত হোৱা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সত্য ঈশ্বৰক অনুকৰণ কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১৮-১৯

যীচুৱে সত্যৰ বিষয়ে সাক্ষ্য দিছিল

১৮:৩৬-৩৮

যীচুৱে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সত্যতা শিকাইছিল

  • নিজৰ কথাৰে: যীচুৱে উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সত্যতা শিকাইছিল

  • নিজৰ কাৰ্য্যৰে: যীচুৰ জীৱন-প্ৰণালীয়ে প্ৰমাণ কৰে যে ঈশ্বৰে কৰা ভৱিষ্যতবাণী সত্য হয়

যীচুৰ শিষ্য হিচাপে আমিও সত্যৰ বিষয়ে সাক্ষ্য দিওঁ

  • নিজৰ কথাৰে: আমি উৎসাহেৰে শুভবাৰ্ত্তা ঘোষণা কৰোঁ যে ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হৈছে আৰু এই ৰাজ্যৰ ৰজা হৈছে যীচু খ্ৰীষ্ট। লোকসকলে আমাক ঠাট্টা কৰিলেও আমি এই শুভবাৰ্ত্তা ঘোষণা কৰোঁ

  • নিজৰ কাৰ্য্যৰে: আমি সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ, ঈশ্বৰৰ মানদণ্ড পালন কৰি যীচুৰ শাসনক সমৰ্থন কৰোঁ

নিজকে সোধক: ‘মোৰ জীৱন-প্ৰণালীয়ে দেখুৱাইনে যে সত্যৰ বিষয়ে ঘোষণা কৰাটোৱেই হৈছে মোৰ বাবে গুৰুত্বপূৰ্ণ কাম?’

ভনীসকলে এগৰাকী তিৰোতাক ভিডিঅ’ দেখুৱাইছ; এজন ভায়ে গেৰেজত এজন ব্যক্তিক সাক্ষ্য দিছ; পিতৃ-মাতৃ আৰু ল’ৰা-ছাৱালীয়ে পাৰিবাৰিক উপাসনাৰ আনন্দ উপভোগ কৰিছ; এগৰাকী ভনীয়ে নিজৰ সহকৰ্মীক সাক্ষ্য দিছ
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক