ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ডিচেম্বৰ পৃষ্ঠা ২
  • ডিচেম্বৰ ৩-৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ৩-৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ডিচেম্বৰ পৃষ্ঠা ২

ডিচেম্বৰ ৩-৯

পাঁচনিৰ কৰ্ম্ম ৯-১১

  • গীত ৩৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তাড়না দিয়া এজন ব্যক্তি উদ্যমী প্ৰচাৰক হৈ পৰিল”: (১০ মি.)

    • পাঁচ ৯:১, ২—চৌল নিষ্ঠুৰভাৱে যীচুৰ শিষ্যসকলক তাড়না দিছিল (bt-HI ৬০ ¶১-২)

    • পাঁচ ৯:১৫, ১৬—যীচুৰ বিষয়ে সাক্ষ্য দিবলৈ চৌলক মনোনিত কৰা হয় (w১৬.০৬-HI ৭ ¶৪)

    • পাঁচ ৯:২০-২২—চৌল এজন উদ্যমী প্ৰচাৰক হৈ পৰিল (bt-HI ৬৪ ¶১৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ৯:৪—যীচুৱে চৌলক এইদৰে কিয় কৈছিল: “মোক কিয় তাড়না কৰিছা?” (bt-HI ৬০-৬১ ¶৫-৬)

    • পাঁচ ১০:৬—এই কথা কিয় মন কৰিবলগীয়া যে পাঁচনি পিতৰে এজন চমাৰৰ ঘৰত আলহী হৈ আছিল? (পাঁচ ১০:৬ পদৰ ওপৰত “চিমোন নামেৰে এজন চমাৰ” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ৯:১০-২২

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) যিহোৱাৰ ইচ্ছা পাঠ ৬

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৭

  • স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.)

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১৫

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক