ডিচেম্বৰ ১৭-২৩
পাঁচনিৰ কৰ্ম্ম ১৫-১৬
গীত ৩৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়”: (১০ মি.)
পাঁচ ১৫:১, ২—চুন্নৎ কৰাৰ বিষয়ৰ বাবে আৰম্ভণিৰ খ্ৰীষ্টান মণ্ডলী বিভাজন হোৱাৰ সম্ভাৱনা আছিল (bt-HI ১০২-১০৩ ¶৮)
পাঁচ ১৫:১৩-২০—প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয় শাস্ত্ৰৰ আধাৰত আছিল (w১২-HI ১/১৫ ৫ ¶৬-৭)
পাঁচ ১৫:২৮, ২৯; ১৬:৪, ৫—প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয়ে মণ্ডলীবোৰক দৃঢ় কৰে (bt-HI ১২৩ ¶১৮)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
পাঁচ ১৬:৬-৯—বেছিকৈ সেৱা কৰাৰ বিষয়ে আমি এই বিৱৰণৰপৰা কি শিকিব পাৰোঁ? (w১২-HI ১/১৫ ১০ ¶৮)
পাঁচ ১৬:৩৭—পাঁচনি পৌলে ঘোষণা কাৰ্য্য বেছিকৈ কৰিবলৈ, ৰোমৰ নাগৰিকতাক কেনেকৈ ব্যৱহাৰ কৰিছিল? (পাঁচ ১৬:৩৭ পদৰ ওপৰত “ৰোমীয়া লোক যি আমি” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ১৬:২৫-৪০
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)।
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আনন্দেৰে গীত গাই যিহোৱাক প্ৰশংসা কৰক”: (১৫ মি.) আলোচনা। লʼৰা-ছোৱালীয়ে গীত গাই যিহোৱাক প্ৰশংসা কৰে নামৰ ভিডিঅʼখন দেখুৱাওক। অৱশেষত সকলোকে থিয় হʼবলৈ কৈ ভিডিঅʼখনৰ লগে লগে গীতৰ সংখ্যা ০৮৪ গাবলৈ কওক। গীতৰ বিষয় হৈছে, যিহোৱাৰ সেৱাত আগ বাঢ়ক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১৭
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৯ আৰু প্ৰাৰ্থনা