ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জানুৱাৰী পৃষ্ঠা ২
  • জানুৱাৰী ৭-১৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ৭-১৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জানুৱাৰী পৃষ্ঠা ২

জানুৱাৰী ৭-১৩

পাঁচনিৰ কৰ্ম্ম ২১-২২

  • গীত ৫৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ যি ইচ্ছা সেয়া হওক”: (১০ মি.)

    • পাঁচ ২১:৮-১২—যিৰূচালেমত বিপদ থকাৰ বাবে ভাইসকলে পৌলক তালৈ নাযাবলৈ অনুৰোধ কৰিছিল (bt-HI ১৭৭-১৭৮ ¶১৫-১৬)

    • পাঁচ ২১:১৩—পৌলে যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ থিৰাং কৰিছিল (bt-HI ১৭৮ ¶১৭)

    • পাঁচ ২১:১৪, NW—পৌলৰ দৃঢ়সংকল্প দেখি ভাইসকলে তেওঁক যাবলৈ বাধা দিয়া নাছিল (bt-HI ১৭৮ ¶১৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ২১:২৩, ২৪—খ্ৰীষ্টানসকলে মোচিৰ নিয়মৰ অধীন নহয়, কিন্তু যিৰূচালেমৰ প্ৰাচীনসকলে পৌলক এই নিৰ্দেশনা কিয় দিছিল? (bt-HI ১৮৪-১৮৫ ¶১০-১২)

    • পাঁচ ২২:১৬—পাপৰ ক্ষমা পোৱাৰ বাবে পৌলক কি কৰাৰ প্ৰয়োজন আছিল? (পাঁচ ২২:১৬ পদৰ ওপৰত “তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ২১:১-১৯ (শিক্ষা অধ্যায় ৫)a

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। কাৰ্য্যকাৰী পৰিচয় নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১ আলোচনা কৰক।

  • ভাষণ: (৫ মি. বা কম) w১০-E ২/১ ১৩ ¶২–১৪ ¶২—বিষয়: খ্ৰীষ্টানসকলক, প্ৰতি সপ্তাহে বিশ্ৰাম-বাৰ পালন কৰা প্ৰয়োজন নে? (শিক্ষা অধ্যায় ১)b

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৪

  • “যিহোৱা ঈশ্বৰে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ আমাক শিক্ষা দিয়ে”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ২০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৮ আৰু প্ৰাৰ্থনা

a b টোকা: এই সংখ্যাৰপৰা প্ৰতিজন বিদ্যাৰ্থীৰ ভাগৰ বাবে পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক (th) ব্ৰচাৰখনৰপৰা এটা গুণ দিয়া হʼব। বিদ্যাৰ্থীজনে নিজৰ ভাগ প্ৰস্তুত কৰাৰ সময়ত এই গুণৰ ওপৰত কাৰ্য্য কৰাৰ প্ৰয়োজন।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক