জানুৱাৰী ২৮–ফেব্ৰুৱাৰী ৩
পাঁচনিৰ কৰ্ম্ম ২৭-২৮
গীত ১২৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পৌলে জাহাজেৰে ৰোমলৈ যাত্ৰা কৰে”: (১০ মি.)
পাঁচ ২৭:২৩, ২৪—এজন স্বৰ্গদূতে পৌলক কয় যে তেওঁ আৰু তেওঁৰ লগত যাত্ৰা কৰা লোকসকল ধুমুহাৰপৰা ৰক্ষা পৰিব (bt-HI ২০৮ ¶১৫)
পাঁচ ২৮:১, ২—মিলিতা নামৰ দ্বীপৰ ওচৰত পৌলে যাত্ৰা কৰা জাহাজখন ভাঙি পৰে (bt-HI ২০৯ ¶১৮; ২১০ ¶২১)
পাঁচ ২৮:১৬, ১৭—পৌলে নিৰাপদে ৰোমত উপস্থিত হয় (bt-HI ২১৩ ¶১০)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
পাঁচ ২৭:৯—উপবাস-পৰ্ব্ব [প্ৰায়চিত্ত দিনৰ উপবাস-পৰ্ব্ব, NW] কি আছিল? (পাঁচ ২৭:৯ পদৰ ওপৰত “প্ৰায়চিত্ত দিনৰ উপবাস-পৰ্ব্ব” অধ্যয়নৰ টোকা, nwtsty)
পাঁচ ২৮:১১—জাহাজৰ সন্মুখৰফালে খোদিত থকা চিনটো কিয় মন কৰিবলগীয়া? (পাঁচ ২৮:১১ পদৰ ওপৰত “জ্যুচৰ লʼৰাবিলাক” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ২৭:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) ঈশ্বৰৰ প্ৰেম ১৫৯-১৬২ ¶১৬-১৭ (শিক্ষা অধ্যায় ৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“পৌলে . . . ঈশ্বৰৰ স্তুতি কৰি সাহ পালে”: (১৫ মি.) আলোচনা। “লোহাই লোহাক চোকা কৰে”—এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক। সম্পূৰ্ণ ভিডিঅʼখন চাবলৈ সকলোকে উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ২৩
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৭১ আৰু প্ৰাৰ্থনা