ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জানুৱাৰী পৃষ্ঠা ৫
  • কুইবেকত ঘোষণা কৰিবলৈ স্বীকৃতি দিয়া হয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কুইবেকত ঘোষণা কৰিবলৈ স্বীকৃতি দিয়া হয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • আনৰ ভাল উদাহৰণৰপৰা শিকি মই বহুতো আশীৰ্বাদ লাভ কৰিলোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জানুৱাৰী পৃষ্ঠা ৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কুইবেকত ঘোষণা কৰিবলৈ স্বীকৃতি দিয়া হয়

কৈচৰ, এজন ৰোমান সৈনিক আৰু পৌল

মোকৰ্দ্দমাৰ সন্মুখীন হোৱাৰ সময়ত পৌলে কৈচৰক আপীল কৰিছিল। ৰোমান নাগৰিক হোৱাৰ বাবে তেওঁৰ ওচৰত যি অধিকাৰ আছিল, তাক ব্যৱহাৰ কৰি আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে। কুইবেকত ঘোষণা কৰিবলৈ স্বীকৃতি দিয়া হয় নামৰ ভিডিঅʼখন চাওক আৰু শিকক যে কুইবেকত থকা আমাৰ ভাই-ভনীসকলে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ নিজৰ অধিকাৰক কেনেকৈ ব্যৱহাৰ কৰিছে। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

কুইবেকত ১৯৪০ চনত যিহোৱাৰ সাক্ষীসকল; বিশেষ ট্ৰেক্ট; নিষিদ্ধ হোৱাৰ সময়ত এজন ভাইয়ে মুকলি ঠাইত ভাষণ দিছে; ভাই এমে বুচেৰ
  • কুইবেকত থকা আমাৰ ভাই-ভনীসকলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল?

  • তেওঁলোকে কি এখন বিশেষ ট্ৰেক্ট বিতৰণ কৰিছিল আৰু ইয়াৰ কি পৰিণাম হৈছিল?

  • ভাই এমে বুচেৰৰ লগত কি হৈছিল?

  • কানাডাৰ উচ্চ ন্যায়লয়ে ভাই বুচেৰৰ মোকৰ্দ্দমাৰ কি নিৰ্ণয় লৈছিল?

  • ভাইসকলে প্ৰায়ে ব্যৱহাৰ নোহোৱা এনে কি ন্যায়িক অধিকাৰ ব্যৱহাৰ কৰিছিল? ইয়াৰ কি পৰিণাম হৈছিল?

  • ধৰ্ম্ম যাজকসকলৰ উচটনিত যেতিয়া পুলিচে এখন খ্ৰীষ্টান সভাত বাধা দিছিল, তেতিয়া কি হৈছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক