ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৫
  • আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৭-৮

আপুনি ‘অত্যন্ত আশাৰে বাট চাই’ আছেনে?

৮:১৯-২১

  • ‘সৃষ্টি’: এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ বাবে আশা থকা লোক

  • “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব”: ঈশ্বৰৰ সন্তান অৰ্থাৎ অভিষিক্তি খ্ৰীষ্টানসকলে খ্ৰীষ্টৰ লগত এই জগতৰ ৰীতি ব্যৱস্থাক বিনাশ কৰিব

  • “আশাৰে হল”: যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি যিহোৱা ঈশ্বৰে মানৱজাতিক মুক্ত কৰিব বুলি প্ৰতিজ্ঞা কৰিছে

  • “সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত”: মানৱজাতিয়ে পাপ আৰু মৃত্যুৰপৰা লাহে লাহে মুক্তি পাব

এজন ডেকা ভায়ে ব্যক্তিগত অধ্যয়ন কৰিছে, সভাত টিপ্পনী কৰিছে, সাক্ষী নোহোৱা এজনী ছোৱালীয়ে আগবঢ়োৱা প্ৰস্তাৱ অস্বীকাৰ কৰিছে, ভাল মনোৰঞ্জনৰ আনন্দ উপভোগ কৰিছে

আপুনি কেনেকৈ প্ৰমাণ কৰিব পাৰে যে ‘ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ অত্যন্ত আশাৰে বাট চাই’ আছে?

  • গভীৰভাৱে বাইবেল অধ্যয়ন কৰক আৰু পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰক

  • যিহোৱা ঈশ্বৰৰ বন্ধুত্ব কৰাৰ যি ব্যৱস্থা আছে, তাৰপৰা লাভৱান হওক

  • যিহোৱাৰ পথত চলিলে আপোনাৰ স্বাধীনতা নাইকিয়া হʼব বুলি চয়তানৰ এই ছলনাত নপৰিব

  • বাইবেলৰপৰা শিকা কথাবোৰ নিজৰ জীৱনত পালন কৰক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক