ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৬
  • জলফাই গছৰ দৃষ্টান্ত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জলফাই গছৰ দৃষ্টান্ত
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৯-১১

জলফাই গছৰ দৃষ্টান্ত

১১:১৬-২৬

জলফাই গছৰ বিভিন্ন অংশই কিহক চিত্ৰিত কৰে?

ৰোমীয়া ১১ অধ্যায়ত বৰ্ণনা লাক্ষণিক জলফাই গছ
  • গছ: জলফাই গছে চিত্ৰিত কৰে যে যিহোৱা ঈশ্বৰে অব্ৰাহামৰ লগত কৰা চুক্তিৰ লগত জড়িত থকা প্ৰতিজ্ঞাক কেনেকৈ পূৰ কৰিছিল

  • কাণ্ড: কাণ্ডই যীচুক চিত্ৰিত কৰে আৰু তেওঁ হৈছে অব্ৰাহামৰ বংশৰ মুখ্য অংশ

  • ডালবোৰ: ডালবোৰে অব্ৰাহামৰ বংশৰ দ্বিতীয় অংশৰ লোকসকলক চিত্ৰিত কৰে

  • “ভাঙি পেলোৱা” ডালবোৰ: ভাঙি পেলোৱা ডালবোৰে যীচুক অস্বীকাৰ কৰা জন্মগত যিহূদীসকলক চিত্ৰিত কৰে

  • “কলমস্বৰূপে লগোৱা” ডালবোৰ: কলমস্বৰূপে লগোৱা ডালবোৰে সকলো ৰাষ্ট্ৰৰপৰা অহা অভিষিক্ত খ্ৰীষ্টানসকলক চিত্ৰিত কৰে

ভৱিষ্যতবাণী কৰা অনুসৰি অব্ৰাহামৰ বংশ অৰ্থাৎ যীচু আৰু ১,৪৪,০০০ জন লোকৰ বাবে ‘পৰজাতিবিলাকে’ আশীৰ্ব্বাদ লাভ কৰিব।—ৰোম ১১:১২; আদি ২২:১৮

যিহোৱা ঈশ্বৰে অব্ৰাহামৰ বংশৰ লগত জড়িত থকা উদ্দেশ্য যিদৰে পূৰ কৰিলে, তাৰপৰা মই যিহোৱাৰ বিষয়ে কি শিকো?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক