ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৬
  • ফেব্ৰুৱাৰী ২৫–মাৰ্চ ৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২৫–মাৰ্চ ৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৬

ফেব্ৰুৱাৰী ২৫–মাৰ্চ ৩

ৰোমীয়া ৯-১১

  • গীত ২৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “জলফাই গছৰ দৃষ্টান্ত”: (১০ মি.)

    • ৰোম ১১:১৬—জলফাই গছে চিত্ৰিত কৰে যে যিহোৱা ঈশ্বৰে অব্ৰাহামৰ লগত কৰা চুক্তিৰ লগত জড়িত থকা প্ৰতিজ্ঞাক কেনেকৈ পূৰ কৰিছিল (w১১-HI ৫/১৫ ২৩ ¶১৩)

    • ৰোম ১১:১৭, ২০, ২১—লাক্ষণিক জলফাই গছত যি অভিষিক্ত লোকসকলৰ কলম লগোৱা হৈছে, তেওঁলোকে নিজৰ বিশ্বাস বজাই ৰখা উচিত (w১১-HI ৫/১৫ ২৪ ¶১৫)

    • ৰোম ১১:২৫, ২৬—সকলো আত্মিক ইস্ৰায়েলী লোকে “পৰিত্ৰাণ পাব” (w১১-HI ৫/১৫ ২৫ ¶১৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ৰোম ৯:২১-২৩—আমি মহান কুমাৰ যিহোৱা ঈশ্বৰৰ হাতত নিজকে গঢ় দিবলৈ কিয় সাজু থকা উচিত? (w১৩-HI ৬/১৫ ২৫ ¶৫)

    • ৰোম ১০:২—আমাৰ উপাসনা সঠিক জ্ঞানৰ আধাৰত হোৱাটো আমি কিয় নিশ্চিত কৰা উচিত? (it-১-E ১২৬০ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১০:১-১৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) দ্বিতীয় পুনৰ সাক্ষাতৰ আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬০

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পদক্ষেপ লʼবলৈ আগবাঢ়ি নহা বাইবেল অধ্যয়ন বন্ধ কৰক”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় পৃষ্ঠা ৩-৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক