ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 মাৰ্চ পৃষ্ঠা ৩
  • মাৰ্চ ১১-১৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১১-১৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 মাৰ্চ পৃষ্ঠা ৩

মাৰ্চ ১১-​১৭

ৰোমীয়া ১৫-১৬

  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক”: (১০ মি.)

    • ৰোম ১৫:৪—শান্ত্বনাৰ বাবে ঈশ্বৰৰ বাক্য পঢ়ক (w১৭.০৭-HI ১৪ ¶১১)

    • ৰোম ১৫:৫, ৬—“ধৈৰ্য্য” ধৰিবলৈ আৰু ‘শান্ত্বনা’ পাবলৈ যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰক (w১৬.০৪-HI ১৪ ¶৫)

    • ৰোম ১৫:১৩—যিহোৱা ঈশ্বৰে আমাক আশা দিয়ে (w১৪-HI ৬/১৫ ১৪ ¶১১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ৰোম ১৫:২৭—যিহূদী নোহোৱা খ্ৰীষ্টানসকল কেনেকৈ যিৰূচালেমত বাস কৰা খ্ৰীষ্টানসকলৰ ‘ধৰুৱা’ আছিল? (w৮৯-E ১২/১ ২৪ ¶৩)

    • ৰোম ১৬:২৫—“যি নিগূঢ়-তত্ত্ব অনাদি কালৰে পৰা গুপুতে ৰখা” হৈছিল, সেয়া কি? (it-১-E ৮৫৮ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ৰোম ১৫:​১-​১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১০)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১২৯

  • যিহোৱা ঈশ্বৰে ‘ধৈৰ্য্য আৰু শান্ত্বনা’ কেনেকৈ দিয়ে: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক । তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

    • শান্ত্বনা লাভ কৰাৰ বিষয়ে আপুনি কি শিকিলে?

    • শান্ত্বনা দিয়াৰ বিষয়ে আপুনি কি শিকিলে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১ ¶১১-১৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক